ETV Bharat / state

কৰিমগঞ্জত ৰেল লাইনত উদ্ধাৰ আঘাত প্ৰাপ্ত যুৱক

কৰিমগঞ্জত ৰেললাইনৰ ওপৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন ছাত্ৰ ৷ গুৰুত্বৰ ভাৱে আহত ছাত্ৰ জনৰ নাম জাহিদ আহমেদ ৷ বয়স 18 বছৰ৷ ঘটনাটো সংঘটিত হৈছে নিলামবজাৰ আৰক্ষীৰ অধীনত থকা লালপুলত ৷

author img

By

Published : Aug 11, 2019, 4:39 AM IST

কৰিমগঞ্জত ৰেল লাইন ত উদ্ধাৰ আঘাত প্ৰাপ্ত যুৱক

কৰিমগঞ্জ 11 আগষ্টঃ কৰিমগঞ্জত ৰেললাইনৰ ওপৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন ছাত্ৰ ৷ গুৰুত্বৰ ভাৱে আহত ছাত্ৰ জনৰ নাম জাহিদ আহমেদ৷ বয়স 18 বছৰ ৷ ঘটনাটো সংঘটিত হৈছে নিলামবজাৰ আৰক্ষীৰ চকী অধীনত থকা লালপুলত ৷ স্থানীয় ৰাইজে যুৱক জনক উদ্ধাৰ কৰি নিলাম বজাৰ প্ৰাথমিক স্বাথ্য কেন্দ্ৰ প্ৰেৰণ কৰা হৈছে যদিও স্বাথ্যৰ অৱস্থা যুৱক জনৰ অতি গুৰুত্বৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ জানিব পৰা মতে যুৱক জনৰ ঘৰ বদৰপুৰ সমষ্টিৰ বুন্দাশিল গাঁওত।

Intro:Body:ৰেললাইন উপৰ থেকে রক্তাক্ত অবস্থায় উদ্ধার এগৰাকী ছাত্র।
গুৰুত্বৰ আহত ছাত্র জনর নাম জাহিদ আহমেদ( ১৮) ।
ঘটনাটি সংঘটিত হল নিলামবাজারে আৰক্ষীৰ অধিনত থাকা লালপুলত।
দুলভছড়া টু কৰিমগঞ্জগামি ট্রেনৰ পাৰ পড়ে এই দুৰ্ঘটনা সংঘটিত হৈছে শনিবাৰ রাত নয়টা নাগাদ। স্থানীয় ৰাইজে উদ্ধাৰ কৰি নিলামবাজাৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ প্ৰেৰণ কৰিলে তাৰ অবস্থা আশঙ্কাজনক থাকায় তাকে করিমগঞ্জ সরকারি হাসপাতালে ফে পেৰণ কৰা হয়।
জানিবপৰা মতে তৈয়ৰ ঘার বদরপুর সমষ্টিৰ বুন্দাশিল গাওৱত।
(আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ) Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.