ETV Bharat / state

চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ

দেশত মুছলমান সকলৰ মাজত থকা তিনি তালাক প্ৰথা বন্ধ কৰিছে যদিও ত্ৰিপুৰাত ডিজিটেল পদ্ধতিৰে এগৰাকী বিবাহিত মহিলাক স্বামীয়ে দিলে তিনি তালাক ৷

চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ
author img

By

Published : Oct 31, 2019, 3:02 PM IST

কৰিমগঞ্জ, 31 অক্টোবৰঃ ডিজিটেল যেন পৃথিৱীত সকলো সম্ভৱ এই পৃথিৱীত ৷ চৰকাৰে যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয় একাংশ লোকে এতিয়াও এৰিব পৰা নাই পুৰণি প্ৰথা ৷ ত্ৰিপুৰাত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ আওপুৰণি নিয়ম কানুন বাদ দি ডিজিটেল হৈছে সকলো,সময়ৰ পৰিৱৰ্তনত সকলো সম্ভৱ যে সেয়া প্ৰমাণ কৰিছে এই ঘটনাই ৷ দেশত মুছলমান সকলৰ মাজত থকা তিনি তালাক প্ৰথা বন্ধ কৰিছে যদিও ত্ৰিপুৰাডিজিটেল পদ্ধতিৰে এগৰাকী বিবাহিত মহিলাক স্বামীয়ে দিলে তিনি তালাক ৷ এই ঘটনা ত্ৰিপুৰাৰ জালাইবাৰীত ঘটিছে ৷ কৰ্মসূত্ৰে চৌদি আৰৱত থকা আবুল হুছেইন নামৰ লোকজনে তেখেতৰ পত্নীক হোৱাটছ এপৰ যোগেদি দিয়ে তিনি তালাক ৷

TRIPLLE TALAK THROUGH MOBILE IN TRIPURA NE
চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ
ইছলাম ধৰ্মৰ ৰীতি নীতি অনুসৰিয়েই বিবাহ হোৱা মহিলাগৰাকীৰ স্বামীয়ে প্ৰায়েই নিৰ্যাতন চলাই আহিছিল পত্নীক ৷ অক্টোবৰ মাহৰ 27 তাৰিখে হঠাৎ ম'বাইলৰ যোগেদি লাভ কৰা এটা মেচেজ যোগে পত্নীয়ে গম পায় তেওঁক তালাক দিয়াৰ কথা ৷ হঠাৎ স্বামীৰ এই মেচেজ লাভ কৰি হতভম্ব হয় পত্নী ৷ লগে লগে স্বামীক ফোন কৰে যদিও স্বামী আবুল হুছেইনে ফোন ৰিচিভ নকৰে ৷ আনহাতে স্বামীৰ পৰিয়ালে মহিলাগৰাকীক বহু দিনৰ পৰা নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে ৷
ত্ৰিপুৰাত ডিজিটেল পদ্ধতিৰে তিনি তালাক পত্নীক
ইফালে এই ঘটনাৰ পিচতে বুধবাৰে দুৰ্ভগীয়া ছালমা বেগমে কদমতলা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এক গোচৰ দিয়ে ৷ ঘটনা সম্পৰ্কত ত্ৰিপুৰা আৰক্ষীয়ে স্বামী আবুল হুছেইনৰ বিৰুদ্ধে 60/19 US, 498(এ), ভাৰতীয় দণ্ডবিধিৰ ফ'ৰ অফ দি মুছলিম প্ৰটেক্সন ৰাইটছ অন মেৰিড এক্ট 2019ত অনুসৰি এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে,তিনি তালাক চৰকাৰে বন্ধ কৰাৰ পাছত ম'বাইলযোগে তালাক দিয়াত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Intro:Body:SLUG.TIN TALAKH.

ডিজিটেল দুনীয়াত সকলো যেন ডিজিটেল ৰূপত।এইবাৰ whatsappৰ যোগেদি পতিয়ে দিলে পত্নীক তালাক।এই চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰাত।উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰৰ পিছত এইবাৰ ত্ৰিপুৰাত হৈছে এই কাণ্ড।আৰু এই কাণ্ডয় বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে।ঘটনা অনুসৰি 2015 চনৰ 15 নভেম্বৰ উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা থানা এলেকাৰ জালাইবাৰী এলেকাৰ বাসিন্দা আব্দুল ৰহিমৰ পুত্ৰ আবুল হুছেইনৰ লগত কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা থানা এলেকাৰ কুৰ্তী গাঁওৰ মুজিবুৰ ৰহমানের কন্যা ছালমাৰ লগত ইসলাম ৰীতিনীতি অনুসৰি বিবাহ হয়।24 জানুৱাৰী 2017 চনত কৰ্মসূত্ৰে চৌদি আৰবত যায় ।আকৌ 2019 চনৰ 29 মে ঘৰত আহি তিনিমাহৰ পিছত কৰ্মসূত্ৰত গুচি যায় তেওঁ।আৰু চলতি মাহৰ 27 তাৰিখ ছালমাৰ পতি আবুল হুছেইনে ছালমাৰ whatsappত তিনি তালাক লিখি মেছেইজ দিয়ে।তাৰপিছত আজি ছালমা বেগমে কদমতলা আৰক্ষী থানাত এখন গোচৰ দিয়ে মামলাৰ নম্বৰ 60/19 ইউএছ 498(এ)আইপিচি/4 অফ দি মুছলিম অম্যান প্ৰটেক্ট অফ ৰাইটছ অন মেৰীড এক্ট 2019 ত মামলা নতিভুক্ত হয়।

ৱাইট,ছালমা বেগম।
ৱাইট,কদমতলা আৰক্ষী বিষয়া।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.