ETV Bharat / state

আৰক্ষীৰ ঘৰৰ পৰা চোৰে লৈ গ'ল দুচকীয়া বাহন

বদৰপুৰ আৰক্ষী চকীৰ কৰ্মৰত এজন আৰক্ষীৰ ঘৰৰ পৰা চোৰে লৈ গ'ল দুচকীয়া বাহন । আৰক্ষীয়ে আটক কৰিলে তিনিজন চোৰক ৷

author img

By

Published : Jul 6, 2019, 10:53 PM IST

আৰক্ষীৰ ঘৰৰ পৰা চোৰে লৈ গ'ল দুচকীয়া বাহন

বদৰপুৰ,৬জুলাই : কৰিমগঞ্জত চোৰৰ তাণ্ডৱ । বদৰপুৰ আৰক্ষী চকীৰ কৰ্মৰত এজন আৰক্ষীৰ ঘৰৰ পৰা চোৰে লৈ গ'ল দুচকীয়া বাহন । আৰক্ষীয়ে আটক কৰিলে তিনিজন চোৰক ।

উল্লেখ্য যে, শুকুৰবাৰে বদৰপুৰৰ আৰক্ষী চকীৰ কনিষ্টবল আব্দুল বাছিত নামৰ লোকজনৰ ঘৰৰ পৰা চোৰে লৈ যায় পালচাৰ বাহন । এই ঘটনাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । আৰক্ষীয়ে বদৰপুৰ আৰু কালাইনৰ পৰা আটক কৰে তিনিটাকৈ চোৰ । ধৃত চোৰ তিনিটা আব্দুল খালেক, শূয়েল আহমেদ, আবুল হোসেন বুলি জানিব পৰা গৈছে ।

Intro:ৱদৰপুৰ আৰক্ষী চকীৰ কৰ্মৰত এজন আৰক্ষীৰ ঘৰৰ পৰাই চোৰে নিলে নিজৰ ৱাইক খন। আজি ৱদৰপুৰ আৰক্ষী আটক কৰিলে তিনি টা ৱাইক চোৰক।Body:ৱদৰপুৰ: - বৰ্তমান বৰষুণৰ সময়ত ৱদৰপুৰ চহৰত ইটুৰ পিছত সিটু চোৰি চলিয়াছে । পুলিচৰ ঘৰতে চোৰৰ তাণ্ডৱ। হয় ঘটনাটো ৱদৰপুৰৰ । জানিব পৰা গৈছে শুক্কৰ ৱাৰ ৰাতি ৱদৰপুৰৰ আৰক্ষী চকীৰ কনেস্টেৱল আব্দুল বাছিতৰ কোনাপাৰা নিজৰ ঘৰৰ পৰা লক ভাঙী চোৰে লৈগলে পাল্চাৰ ৱাইক খন । আজি ৰাতি পোয়া ৱাইক খন চোৰি হোয়া দেখি খোজ লৈ না পাই তেওঁ থানাত কাক চাপিছে আৰু সেয়ে তদন্ত চলাই ৱদৰপুৰ আৰক্ষী ৱদৰপুৰ আৰু কালাইন ৰ পৰা তিনি টা ৱাইক চোৰক ধৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক তদন্তত চোৰ তিনিটা ৱাইক চোৰি কৰিছে বুলি কবুল কৰিলে । এতিয়া পুলিচ শোদ পোচ চলিয়াছে ।চোৰ তিনিটা নাম আব্দুল খালেক, শূয়েল আহমেদ, আবুল হোসেন ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.