ETV Bharat / state

কৰিমগঞ্জত নিশা দুখনকৈ দোকানত চোৰৰ চাফাই অভিযান - কৰিমগঞ্জ

কৰিমগঞ্জত দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান ৷ এই সম্পূৰ্ণ ঘটনাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় । উক্ত ঘটনাৰ লগত জড়িত চোৰক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে স্বত্বাধিকাৰীজনে ৷

ETV BHARAT
কৰিমগঞ্জত নিশা দুখনকৈ দোকানত চোৰৰ চাফাই অভিযান
author img

By

Published : May 27, 2020, 12:55 PM IST

কৰিমগঞ্জ, 27 মেঃ কৰিমগঞ্জত পৃথকে-পৃথকে দুখনকৈ দোকানত চোৰে চলালে চাফাই অভিযান ৷ চোৰে লুটি নিলে লুটি নিলে লক্ষাধিক টকাৰ মূল্যৰ মোবাইল ফোনৰ লগতে ধন ৷

কৰিমগঞ্জত নিশা দুখনকৈ দোকানত চোৰৰ চাফাই অভিযান

লকডাউনৰ মাজতে কৰিমগঞ্জত দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ নিভিয়া বজাৰত যোৱানিশা কানু মোবাইল এণ্ড ইলেকট্ৰনিক্স জ'ন নামৰ দোকানখনৰ লগতে থকা আন এখন মিঠাইৰ দোকানৰ দৰ্জা ভাঙি চোৰ সোমায় ৷ উক্ত দোকানখনৰ পৰা প্ৰায় লক্ষাধিক টকাৰ মোবাইল ফোন লুটি নিয়াৰ লগতে মিঠাইৰ দোকানখনৰ পৰা বহু মুল্যৱান সা-সম্পত্তিৰ লগতে লুটি নিয়ে বহু ধন ৷ এই সম্পূৰ্ণ ঘটনাৰ দৃশ্য মোবাইল দোকানত থকা চিচিটিভি কেমেৰাত বন্দী হৈছে ৰয় । ইতিমধ্যে দোকানৰ স্বত্বাধিকাৰীজনে সমগ্ৰ ঘটনাটি আৰক্ষীক অৱগত কৰিছে ৷ লগতে অতি শীঘ্ৰে চিচি টিভিৰ দৃশ্য পৰীক্ষা কৰি উক্ত ঘটনাৰ লগত জড়িত চোৰক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ৷

লগতে পঢ়ক- জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.