ETV Bharat / state

আজমলৰ সমৰ্থকে দিছিল নেকি পাকিস্তান জিন্দাবাদ ধ্বনি !

author img

By

Published : Nov 6, 2020, 1:44 PM IST

Updated : Nov 6, 2020, 6:56 PM IST

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই তোলপাৰ লগাইছে ৰাজ্যত ৷ পাকিস্তান জিন্দাবাদ ধ্বনিৰে বদৰুদ্দিন আজমলক স্বাগতম জনালে সমৰ্থকে ৷ কাছাৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা ৷ অৱশ্যে ভিডিঅ’টোৰ শব্দাংশ খুবেই অস্পষ্ট হোৱা বাবে এক বিভ্ৰান্তিৰো সৃষ্টি হৈছে ৷

badaruddin ajmal
badaruddin ajmal

কৰিমগঞ্জ, 6 নবেম্বৰ : অসমত পাকিস্তান জিন্দাবাদ ধ্বনি ৷ এজন বিশেষ নেতাৰ আগমনত উৎফুল্লিত হৈ সমৰ্থকে দিছে এই ধ্বনি ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে বৰাক ভ্ৰমণলৈ গৈছে বদৰুদ্দিন আজমল ৷ কাছাৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা আজমল ওলাই অহাৰ সময়তে সেই স্থানত গোট খায় বহুসমৰ্থক ৷ সমৰ্থক সকলে আজমল জিন্দাবাদ, এ আই ইউ ডি এফ জিন্দাবাদ ধ্বনি দিয়াৰ মাজতে শুনা পোৱা গ’ল পাকিস্তান জিন্দাবাদ ধ্বনি ৷

পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক স্বাগতম সমৰ্থকৰ

সম্প্ৰতি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷ ভাইৰেল হোৱা এই ভিডিঅ’ কিমান দূৰ সত্য, কোনে কি উদ্দেশ্যেৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিলে আজমলৰ উপস্থিতিত এই সকলোবোৰ এতিয়া সন্দিহানত ৷

লগতে পঢ়ক : চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি

Last Updated : Nov 6, 2020, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.