ETV Bharat / state

পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্য়া

author img

By

Published : Jun 25, 2020, 9:12 PM IST

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয় কৰিমগঞ্জৰ এগৰাকী ছাত্ৰীয়ে ৷ আত্মহত্যাৰ পথ বাচি লোৱা ছাত্ৰীগৰাকী কৰিমগঞ্জ মহাবিদ্য়ালয়ৰ বাণিজ্য বিভাগত অধ্যয়নৰত ৰাজশ্ৰী দেৱ ৷

student commits suicide due to failure at HS Examination karimganj assam etv bharat news
পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্য়া

কৰিমগঞ্জ,25 জুন: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি অৱশেষত জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাছি লৈছে কৰিমগঞ্জৰ এগৰাকী ছাত্ৰীয়ে ৷ আত্মহত্যাৰ পথ বাচি লোৱা ছাত্ৰীগৰাকী কৰিমগঞ্জ মহাবিদ্য়ালয়ৰ বাণিজ্য বিভাগত অধ্যয়নৰত ৰাজশ্ৰী দেৱ বুলি জানিব পৰা গৈছে ৷

জিলাখনৰ শ্যামাপ্ৰসাদ ৰোডৰ বাসগৃহত চিপ লৈ আত্মহত্যাৰ পথ বাচি লয় ছাত্ৰীগৰাকীয়ে ৷ পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰা ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ কথা পৰিয়ালবৰ্গই সন্দেহ প্ৰকাশ কৰে ৷

লগতে চাওকঃ বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুৰ আৰ্শীবাদ ল'লে হাগ্ৰামা মহিলাৰীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.