ETV Bharat / state

প্ৰসংগ স্বৰূপ দাসৰ জাতিগত প্ৰমাণপত্ৰঃ চিন্তিত কৰিমগঞ্জ কংগ্ৰেছ

কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তই  ৷ এইক্ষেত্ৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদে দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত ভাগ লয় ৷

author img

By

Published : Mar 25, 2019, 11:34 AM IST

জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি কৰাৰ সন্দেহ কংগ্ৰেছ প্ৰাৰ্থীৰ জিলা উপায়ুক্তৰ তদন্তৰ নিৰ্দেশ

কৰিমগঞ্জ,25 মাৰ্চ : আগন্তক লোক সভাৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক ব্যস্ততা চলিছে ৷ ইয়াৰ মাজত কৰিমগঞ্জত কংগ্ৰেছ নেতা-কৰ্মীসকল চিন্তিত হৈ পৰিছে এটা কাৰণত ৷ কিয়নো কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তই ৷

এইক্ষেত্ৰতপ্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদে দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত ভাগ লয় ৷ স্বৰূপ দাসৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি উত্থাপিত অভিযোগ নাকচ কৰে চিদ্দিক আহমেদে ৷

Intro:Slug.. Congress meeting for candidate certificate issue, Karimganj
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কৰিমগঞ্জ কংগ্ৰেছৰ দলৰ নেতা সকলোৰ টুপনি হৰন হৈছে | দলৰ সকলো নেতা কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ কাষ্ট চাৰ্টিফিকেট লৈ শংকিত | কংগ্ৰেছ মনোনীত প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব বাতিল হলে পৰিস্থিতি কি হব এৱা লৈ কংগ্ৰেছী লকলোৰ মাজত চলিছে ঘনে ঘনে আলোচনা | দলৰ প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ ঘৰত ঘনে ঘনে কৰা হৈছে মিটিং | ছিদ্দিক আহমদে কাষ্ট চাৰ্টিফিকেট লৈ সভাৰ কথা অস্বীকাৰ কৰিলে ও আন এজন ছিদ্দিক ঘনিষ্টয় কাষ্ট চাৰ্টিফিকেট লৈ মিটিংৰ কথা স্বীকাৰ কৰি কয় চাৰ্টিফিকেট জালি হলে কি হব এৱা লৈ হাইকমাণ্ডে সিদ্ধান্ত লব বুলি আলোচনা হয় | জানিব পাৰা গৈছে কংগ্ৰেছ দলৰ পৰা এজন শক্তিশালী ড্যামি প্ৰাৰ্থী দ্বাৰা মনোনয়ন দাখিল কৰাৰ প্ৰস্তুতি চলিছে | উল্লেখ্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী লৈ ছিদ্দেক আহমদ আৰু কমলাক্ষৰ মাজত মতানৈক্য আছিল |
বাইট..ছিদ্দিক আহমদ
Amirul Alom siddiquey কৰিমগঞ্জ |Body:Slug.. Congress meeting for candidate certificate issue, Karimganj
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কৰিমগঞ্জ কংগ্ৰেছৰ দলৰ নেতা সকলোৰ টুপনি হৰন হৈছে | দলৰ সকলো নেতা কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ কাষ্ট চাৰ্টিফিকেট লৈ শংকিত | কংগ্ৰেছ মনোনীত প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব বাতিল হলে পৰিস্থিতি কি হব এৱা লৈ কংগ্ৰেছী লকলোৰ মাজত চলিছে ঘনে ঘনে আলোচনা | দলৰ প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ ঘৰত ঘনে ঘনে কৰা হৈছে মিটিং | ছিদ্দিক আহমদে কাষ্ট চাৰ্টিফিকেট লৈ সভাৰ কথা অস্বীকাৰ কৰিলে ও আন এজন ছিদ্দিক ঘনিষ্টয় কাষ্ট চাৰ্টিফিকেট লৈ মিটিংৰ কথা স্বীকাৰ কৰি কয় চাৰ্টিফিকেট জালি হলে কি হব এৱা লৈ হাইকমাণ্ডে সিদ্ধান্ত লব বুলি আলোচনা হয় | জানিব পাৰা গৈছে কংগ্ৰেছ দলৰ পৰা এজন শক্তিশালী ড্যামি প্ৰাৰ্থী দ্বাৰা মনোনয়ন দাখিল কৰাৰ প্ৰস্তুতি চলিছে | উল্লেখ্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী লৈ ছিদ্দেক আহমদ আৰু কমলাক্ষৰ মাজত মতানৈক্য আছিল |
বাইট..ছিদ্দিক আহমদ আৰু
Amirul Alom siddiquey কৰিমগঞ্জ |Conclusion:Slug.. Congress meeting for candidate certificate issue, Karimganj
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কৰিমগঞ্জ কংগ্ৰেছৰ দলৰ নেতা সকলোৰ টুপনি হৰন হৈছে | দলৰ সকলো নেতা কংগ্ৰেছ মনোনীত প্ৰাৰ্থী স্বৰূপ দাসৰ কাষ্ট চাৰ্টিফিকেট লৈ শংকিত | কংগ্ৰেছ মনোনীত প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব বাতিল হলে পৰিস্থিতি কি হব এৱা লৈ কংগ্ৰেছী লকলোৰ মাজত চলিছে ঘনে ঘনে আলোচনা | দলৰ প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ ঘৰত ঘনে ঘনে কৰা হৈছে মিটিং | ছিদ্দিক আহমদে কাষ্ট চাৰ্টিফিকেট লৈ সভাৰ কথা অস্বীকাৰ কৰিলে ও আন এজন ছিদ্দিক ঘনিষ্টয় কাষ্ট চাৰ্টিফিকেট লৈ মিটিংৰ কথা স্বীকাৰ কৰি কয় চাৰ্টিফিকেট জালি হলে কি হব এৱা লৈ হাইকমাণ্ডে সিদ্ধান্ত লব বুলি আলোচনা হয় | জানিব পাৰা গৈছে কংগ্ৰেছ দলৰ পৰা এজন শক্তিশালী ড্যামি প্ৰাৰ্থী দ্বাৰা মনোনয়ন দাখিল কৰাৰ প্ৰস্তুতি চলিছে | উল্লেখ্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী লৈ ছিদ্দেক আহমদ আৰু কমলাক্ষৰ মাজত মতানৈক্য আছিল |
বাইট..ছিদ্দিক আহমদ আৰু
Amirul Alom siddiquey কৰিমগঞ্জ |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.