ETV Bharat / state

অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

author img

By

Published : Nov 18, 2020, 9:38 AM IST

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মতে তেওঁ কংগ্ৰেছ এৰি অগপত যোগদান কৰাৰ প্ৰশ্ন নুঠে । কংগ্ৰেছৰ টিকটত 21ৰ নিৰ্বাচনত পুনৰ জয়লাভ কৰাৰো দাবী কৰিছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ।

KARIMGANJ SIDDIK AHMED.STATEMENT
অগপলৈ যাব নেকি প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ !

কৰিমগঞ্জ,18 নৱেম্বৰঃ ৰাজ্যত সমাগত 2021ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতি দল সমূহে তৎপৰতা আৰম্ভ কৰা দেখিৱলৈ পোৱা গৈছে ৷ তাৰ মাজতে ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে একাংশ কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰাৰ প্ৰসংগ ।

তাৰমাজতে চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে খুব শীঘ্ৰে বিজেপিত যোগদান কৰিব। ইয়াৰ সমান্তৰালকৈ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে অগপত যোগদান কৰিব বুলি ব্যাপক চৰ্চালৈ আহিছে ৷ ইপিনে সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ইটিভি ভাৰতৰ আগত কয় যে তেওঁ কংগ্ৰেছ এৰাৰ কোনো যুক্তি নাই, কিয়নো কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা স্পষ্ট হ'লে মিত্ৰজোটে তেওঁকহে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিহে উল্লেখ কৰে।

লগতে পঢ়কঃ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.