ETV Bharat / state

কৰ’ণাৰ দ্বিতীয় ঢৌত কৰিমগঞ্জত ত্ৰাসৰ সৃষ্টি

author img

By

Published : Apr 20, 2021, 3:17 PM IST

দেওবাৰে কৰিমগঞ্জ 9 গৰাকীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ ইতিমধ্যে কৰিমগঞ্জত 89 গৰাকীলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায় ৷ কৰিমগঞ্জ জিলা প্ৰশাসনে মাস্ক পৰিধান নকৰা লোকসকলক 1000 টকা জৰিমনা আদায় কৰে ৷

ক’ৰণাৰ দ্বিতীয় ঢৌৱে কৰিমগঞ্জত ত্ৰাসৰ সৃষ্টি

কৰিমগঞ্জ,20 এপ্ৰিল: কৰ’ণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো বৃদ্ধি পাব ধৰিছে আক্ৰান্তৰ সংখ্যা ৷ দেওবাৰে কৰিমগঞ্জত 9 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ পৰৰ্ৱতী সময়ত জিলাখনত 89 গৰাকীলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জ আৰক্ষীয়ে অধিক সাৱধানতা অৱলম্বন কৰিবলৈ সকলো ৰাইজক আহ্বান জনায় ৷

কৰ’ণাৰ দ্বিতীয় ঢৌত কৰিমগঞ্জত ত্ৰাসৰ সৃষ্টি

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণা প্ৰতিৰোধ কৰিবলৈ ল’বলগীয়া সকলো যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্য চৰকাৰে প্ৰতিগৰাকী লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায় ৷ কৰিমগঞ্জ জিলা প্ৰশাসনে মাস্ক পৰিধান নকৰা লোকসকলক 1000 টকা জৰিমনা আদায় কৰে ৷

লগতে পঢ়ক : মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.