ETV Bharat / state

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

কৰিমগঞ্জত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ স্বামীৰ হাতত নিহত হ'ল স্ত্ৰী ৷

author img

By

Published : Jul 21, 2019, 3:03 AM IST

স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

কৰিমগঞ্জ 21 জুলাইঃ কৰিমগঞ্জত সংঘটিত হৈছে এক হত্যাকাণ্ড৷ স্বামীৰ হাতত নিহত হ'ল স্ত্ৰী৷ শনিবাৰে নিশা প্ৰায় 10 মান বজাত কালিগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত খাগাইল গাঁওত এই ঘটনা সংঘটিত হৈছে ৷ মৃত পত্নীৰ নাম আমিনা নমসুদ্ৰ ৷ উক্ত ঘটনা সংঘটিত কৰিয়েই ঘৰৰ ভিতৰতেই অজ্ঞান হৈ পৰে অভিযুক্ত স্বামী। কালীগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু অভিযুক্ত স্বামী নমসুদ্ৰক আটক কৰাৰ পিচত চিকিৎসাৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎয়ালত ভৰ্তি কৰোৱা হৈছে৷ এতিয়ালৈকে ঘটনাৰ মূল কাৰণ জানিব পৰা নাই৷

etv bharat assam

Intro:Body:স্বামীৰ হাতত খুন স্ত্রী। আজি ৰাতি দশটা সময়ত কালিগঞ্জ পুলিশ ফাড়িৰ অধিনত খাগাইল গাঁওত এই ঘটনা সংঘটিত হৈছে।
মৃত বোয়ৰ জনৰ নাম আমিনা নমসুদ্র। ঘটনা সংঘটিত কৰে ঘৰৰ ভিতৰত অজ্ঞান হৈ পৰে ঘাতক স্বামী। কালীগঞ্জ পুলিশ ঘটনাস্থলে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে লগতে ঘাতক স্বামী চিত্ত নমসুদ্রক আটক করে চিকিৎসাৰ বাবে কৰিমগঞ্জ সৰকাৰি হাস্পতালত ভৰ্তি কৰা হয় । ঘটনাৰ মূল কাৰণ এতিয়ালৈ জানিব পাৰা নাই। পুলিশ তদন্ত অব্যাহত ৰৱেছে।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ 21-07-2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.