ETV Bharat / state

কৰিমগঞ্জত শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী উদযাপন

কৰিমগঞ্জ জিলা ৰবিদাস উন্নয়ন সমাজৰ ব্যৱস্থাপনাত পাথাৰকান্দি সমষ্টিৰ বৈঠাখাল এলেকাত এক আধ্যাত্মিক পৰিৱেশৰ মাজত পালন কৰা হয় শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী। দেওবাৰে পুৱা ভাগৱত শোভাযাত্ৰাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷

Sant Ravidasji 643 birth Anniversary
শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী উদযাপন
author img

By

Published : Feb 10, 2020, 12:26 PM IST

কৰিমগঞ্জ, 10 ফেব্ৰুৱাৰীঃ দেওবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় শন্ত শিৰোমণি শ্ৰী গুৰু ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী । কৰিমগঞ্জতো কৰিমগঞ্জ জিলা ৰবিদাস উন্নয়ন সমাজৰ ব্যৱস্থাপনাত পাথাৰকান্দি সমষ্টিৰ বৈঠাখাল এলেকাত এক আধ্যাত্মিক পৰিৱেশৰ মাজত পালন কৰা হয় শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী ।

শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী উদযাপন

দেওবাৰে পুৱা ভাগৱত শোভাযাত্ৰাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ দিনজোৰা মহাযজ্ঞ কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰে ৷ উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ আৰু কৃষ্ণেন্দু পালে ৷ দুয়োটা সমষ্টিতে শন্ত ৰবিদাস জী'ৰ মন্দিৰ নিৰ্মাণৰ লগতে ৰবিদাস সমাজৰ বাবে নতুন উন্নয়ন পৰিষদ গঠনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বিধায়কদ্বয়ে ৷

লগতে পঢ়ক-হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক আছুৰ কলম বিতৰণ

Intro:Body:SLUG : RAVIDAS JAYANTI. 

দেওবাৰে ৰাজ্যজুৰি উখল মাখল পৰিবেশৰ মাজত পালন কৰা হল শন্ত শিৰোমণি শ্ৰী গুৰু ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী । কৰিমগঞ্জতো কৰিমগঞ্জ জিলা ৰবিদাস উন্নয়ন সমাজৰ ব্যবস্থাপনাত পাথাৰকান্দি সমষ্টিৰ বৈঠাখাল এলেকাত আধ্যাত্মিক পৰিবেশৰ মাজত পালন কৰা হল শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী । দেওবাৰে পুৱাৰ ভাগত শোভাযাত্ৰাৰ জৰিয়তে মুল অনুষ্ঠানৰ সূচনা হয় । দিনজুৰা মহাযজ্ঞ অনুষ্ঠিত  হয় আৰু অবশেষত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ । জন্মজয়ন্তী অনুষ্ঠানত অথিতি হিচাপে উপস্থিত থাকি ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিৰ বিধায়ক যথাক্ৰমে বিজয় মালাকাৰ আৰু কৃষ্ণেন্দু পালে ঘোষনা দিয়ে যে দুয়োটা সমষ্টিত শন্ত ৰবিদাস জী'ৰ মন্দিৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ হব । আৰু ৰবিদাস সমাজৰ বাবে নতুন উন্নয়ন পৰিষদ গঠনৰ বাবে প্ৰক্ৰিয়া চলাবো উভয় বিধায়কে ।

 Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.