ETV Bharat / state

নিৰ্মাণৰ মাত্ৰ তিনিমাহতেই খহিল ব্যয়বহুল পকীপথ

author img

By

Published : Sep 7, 2019, 8:50 PM IST

ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটো নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰতে চাপৰে চাপৰে খহিব ধৰিছে ৷ কেইবা কোটি টকা মূল্যৰ বিনিময়ত নিৰ্মাণ হৈছিল পকী পথটো ৷

নিৰ্মাণৰ মাত্ৰ তিনিমাহতেই ডোখৰ ডোখৰকৈ এৰাইছে ব্যয়বহুল পকীপথ

কৰিমগঞ্জ, 7 ছেপ্তেম্বৰঃ বহু বছৰৰ দুৰ্গতিৰ অন্তত অৱশেষত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । আনকি যোৱা তিনিমাহ পূৰ্বে গড়কাপ্তানী বিভাগৰ অধীনত থকা এই পথটোৰ নিৰ্মাণৰ কাম সম্পন্ন কৰিছিল নিবিদা লাভ কৰা ঠিকাদাৰে । অথচ কাম শেষ কৰাৰ কিছুদিনৰ পাছৰ পৰাই দেখিবলৈ পোৱা গৈছে চাপৰে চাপৰে খহিব ধৰিছে পথটো । পথৰ বহু অংশত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত । স্থানীয় ৰাইজে নিন্মমানৰ কামৰ ফলত পথটোৰ এনে অৱস্থা হৈছে বুলি অভিযোগ তুলিছে ৷

Intro: ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটো।।

Body:SLUG-----ROAD DAMAGE WITHIN 3 MONTHS

নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰতে চাপৰে চাপৰে খহিব ধৰিছে কেবা কোটি টকা মূল্যৰ পকী পথ।

বহু বছৰৰ দুৰ্গতিৰ অন্তৰ অৱশেষত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটোৰ নিৰ্মানৰ কাম আৰম্ভ হৈছিল। আনকি যোৱা তিনিমাহ পূৰ্বে গঢকাপ্তানী বিভাগৰ অধীনত থকা এই পথটোৰ নিৰ্মাণৰ ককম সম্পন্ন কৰিছিল নিবিদা লাভ কৰা ঠিকাদাৰে। অথচ কাম শেষ কৰাৰ পিছৰে পৰাই দেখিবলৈ পোৱা গৈছে চাপৰে চাপৰে খহি বা ধৰিছে পথটো।পথৰ বহু অংশত সৃষ্টি হৈছে প্রকাণ্ড প্ৰকাণ্ড গাত।নিন্মমানৰ কামৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ অভিযোগ।বিশেষকৈ জনবসতি নথকা স্থানসমূহত পথটোৰ অথৈবচ
অৱস্থাৰ সৃষ্টি হৈছে।ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় কৃতিপক্ষৰ মিতিৰালিৰে নিৰ্মান সংস্থাই পথ নিৰ্মাণৰ নামত চলাইছিল খনৰ লুল্টন। আৰু এই পথচোবাৰ অৱস্থাই শূন্য সহনশীলতাৰ মাত মতা চৰকাৰখনৰ গঢকাপ্তানী বিভাগত চলি থকা বিসংগতি উদঙাই দেখুৱাবলৈ যথেষ্ট।।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.