ETV Bharat / state

কৰিমগঞ্জত বিদ্যালয় এৰি ঘাইপথত পাঠদান ছাত্ৰ-ছাত্ৰীৰ - কৰিমগঞ্জ

ৰাষ্ট্ৰীয় ঘাই প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী

ছাত্ৰ - ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Feb 23, 2019, 11:22 PM IST

কৰিমগঞ্জ ,২৩ ফেব্ৰুৱাৰীঃ"আমাক স্কুল নালাগে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ আৰু স্কুলৰ মাজতকোনো পাৰ্থক্য নাই "। এই ভাষ্য কৰিমগঞ্জৰ জিলাৰ চলগৈ অঞ্চলৰ কণ-কণস্কুলীয়া ছাত্ৰ -ছাত্ৰীসকলৰ । শনিবাৰে কৰিমগঞ্জ জিলাত বিদ্যালয় এৰি ৰাষ্ট্ৰীয় ঘাইপথত পাঠ গ্ৰহণ কৰিলে ডেংগাৰবন্ধ এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ - ছাত্ৰীৰ প্ৰতিবাদ

অসম ত্ৰিপুৰা সংযোগী জহি খহি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে যমৰ-যন্ত্ৰণা ভূগীবলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী ডেংগাৰবন্ধ এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে । ধুলিময় ৰাস্তাৰ বাবে স্কুলত বহি পাঠদান কৰাৰ উপৰিও আহাৰ গ্ৰহণ কৰাত অসুবিধা হয় ছাত্ৰ ছাত্ৰীসকলৰ।ছাত্ৰ ছাত্ৰী সকলৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি আবেদন জনোৱাৰ পাচতো প্ৰশাসনে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে শনিবাৰে ক্ষোভিত হৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ কোঠা এৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ঘাইপথৰ মাজতেই গ্ৰহণ কৰে পাঠদান পৰ্ব। উল্লেখ্য যে কৰিমগঞ্জৰ পৰা চূড়াইবাৰী লৈকে বহুস্থান যাতায়াতৰ বাবে অনুপযোগী যাৰ বাবে হেজাৰ হেজাৰ যাত্ৰীৰ লগতে বিদ্যালয় আৰু কলেজৰ ছাত্ৰ ছাত্ৰী সকলে বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।

Intro:স্কুল এৰি এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথক স্কুল হিচাবে বাচি লৈছে ছাত্ৰছাত্ৰী সকলে।কিন্তু কিয়।

Body:ধূলিৰ যন্ত্ৰণাত নাজেহাল ছাত্ৰছাত্ৰী সকলে বন্ধ কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথ

Conclusion:তাতকৈ লাজৰ কি হব পাৰে উন্নয়নৰ স্বপুন দেখুৱাই ৰাজ্যেৰ গেদি দখল কৰা বিজেপি চৰকাৰৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.