ETV Bharat / state

কান্দিগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা - কান্দিগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ

মঙলবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকত এখন টুকটুক বাহনে প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ।

কান্দিগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Aug 28, 2019, 1:32 AM IST

বদৰপুৰ,২৮ আগষ্ট: বদৰপুৰৰ কান্দিগ্ৰামৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । মঙলবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকত এখন টুকটুক বাহনে প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা । ঘটনাত গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান শ্ৰীগৌৰি হাস্পতালত ভৰ্তি হৈছে টুকটুক বাহন খনৰ চালক গৰাকী ।

উল্লেখ্য যে উক্ত পথছোৱাত অবৈধ ভাৱে ট্ৰাক আৰু বিভিন্ন বাহন পাৰ্কিং কৰাৰ ফলতেই সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা । এই বিষয়ে প্ৰশাসনত বহু বাৰ অৱগত কৰাৰ পাছতো কৰিমগঞ্জ তথা বদৰপুৰ আৰক্ষী প্ৰশাসনে ইয়াৰ স্থায়ী সমাধানৰ বাবে কোনো ধৰণৰ উপায় গ্ৰহন নকৰাৰা অভিযোগ স্থানীয় ৰাইজৰ ।

Intro:অবৈধ পাৰ্কিংৰ ফলত আকৌ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ কান্দিগ্ৰামত সড়ক দুৰ্ঘটনা সংঘটিত হৈছে ।Body:বদৰপুৰ: - অবৈধ পাৰ্কিংৰ ফলত আকৌ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ কান্দিগ্ৰামত দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা গৈছে ৰাতি সাৰে দহ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ বদৰপুৰৰ কান্দিগ্ৰামত এখন ৰৈ থকা ট্ৰাকৰ পিছৰ ফালৰ পৰা এখন টুকটুক গাড়ীৰ খোন্দাত ভয়ংকৰ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে । টুকটুক গাড়ীৰ চালকৰ অবস্থা আশঙ্কাজনক অবস্থাত ৰাইজে উদ্ধাৰ কৰি শ্ৰীগৌৰি হাসপাতালত প্ৰেৰণ কৰিছে ।উল্লেখ্য ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ পাৰ্কিং ফলত আৰু কিমান দুৰ্ঘটনা হব । বাৰ বাৰ দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু আজি লৈকে কৰিমগঞ্জ তথা বদৰপুৰ আৰক্ষী প্ৰশাসন স্থায়ী সমাধানৰ পথ লোয়া নাই ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.