ETV Bharat / state

পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন - Raasleela organized at Patharkandi

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাথাৰকান্দিৰ উনাম গাঁৱত উদযাপন ৰাসলীলা ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে এই ৰাসলীলাৰ ৷

বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়
শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন
author img

By

Published : Dec 1, 2020, 7:46 PM IST

কৰিমগঞ্জ, 1 ডিচেম্বৰঃ শাৰদীয় শুভ্ৰ জোনাকৰ স্নিগ্ধ পোহৰত মোহন বাঁহী বজাই বৃন্দাবনৰ গোপীসকলৰ সৈতে প্ৰেমত মগন শ্ৰী কৃষ্ণ ৷ ভগৱান শ্ৰীকৃষ্ণৰ এই জীৱনলীলাক প্ৰদৰ্শন কৰাৰ বাবেই প্ৰতিবছৰে আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমত উদযাপন কৰা হয় ৷ ৰাসৰ আনন্দত উখল-মাখল হৈ পৰে ৰাজ্যৰ চৌদিশ ৷

শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জৰ পাথাৰকান্দিতো উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে পাথাৰকান্দিৰ উনাম গাঁৱত বিভিন্ন কাৰ্যসূচীৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় 83সংখ্যক ৰাস মহোৎসৱ ৷ উল্লেখযোগ্য যে, বিষ্ণুপ্ৰিয়া মনিপুৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত সৰ্বাধিক ৰূপত জনপ্ৰিয় ৰাস মহোৎসৱ ৷

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.