ETV Bharat / state

ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ত্ৰিপুৰাত প্ৰতিবাদ

author img

By

Published : Nov 6, 2020, 11:10 AM IST

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে নবী হজৰত মহম্মদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ত্ৰিপুৰাত প্ৰতিবাদ ৷ মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈকো দাবী ৷

PROTEST AGAINST FRANCE PRESIDENT
PROTEST AGAINST FRANCE PRESIDENT

কৰিমগঞ্জ, 6 নবেম্বৰ : নবী হজৰত মহম্মদক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰা বিতৰ্কিত মন্তব্যৰ পাচত সমগ্ৰ বিশ্বত প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ ত্ৰিপুৰাত অব্যাহত আছে প্ৰতিবাদ ৷ চুবুৰীয়া ৰাজ্যেৰ ত্ৰিপুৰাৰ কদমতলাৰ বিভিন্ন ঠাইত তীব্র প্রতিবাদ সাবস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

PROTEST AGAINST FRANCE PRESIDENT
ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ত্ৰিপুৰাত প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ফ্ৰান্সৰ সামগ্ৰী বৰ্জন কৰক, ফ্ৰান্স মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে কালপানীৰ পৰিৱেশ । আনহাতে, মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈকো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : সমাপ্ত হ’ল ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.