ETV Bharat / state

কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Dec 21, 2020, 10:55 PM IST

কৰিমগঞ্জত 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । এই উপলক্ষ্যে বৰাক উপত্যকাত ইতিমধ্যে বাহৰ পাতিছে দলৰ সভাপতি ৰঞ্জিত দাসে ।

BJP state executive meeting
কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

কৰিমগঞ্জ, 21 ডিচেম্বৰ : এইবাৰ পোন প্ৰথমবাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । এই উপলক্ষ্যে বৰাক উপত্যকাত ইতিমধ্যে বাহৰ পাতিছে দলৰ সভাপতি ৰঞ্জিত দাসে ।

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি

আনহাতে, হাই ভল্টেজ এই সভাখনক কেন্দ্ৰ কৰি যথেষ্ট ব্যস্ততা বাঢ়িছে কৰিমগঞ্জ বিজেপিত । সভাক কেন্দ্ৰ কৰি বিজেপিৰ পতাকা লগোৱা হৈছে সমগ্ৰ চহৰত । সজাই তোলা হৈ আছে সভাস্থলী ৷

প্ৰদেশ বিজেপি নেতা মিশন দাসে কয় যে, নিৰ্বাচনৰ আগত বৰাকত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক পতাৰ বিশেষ উদ্দেশ্য আছে । 1991 চনত অসমৰ আন জিলাত বিজেপিৰ অস্তিত্ব নাথাকিলেও বৰাকৰ 9 খন আসন লাভ কৰিছিল । ইয়াৰ 4 খন কৰিমগঞ্জত জিকিছিল বুলিও উল্লেখ কৰে মিশন দাসে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.