ETV Bharat / state

আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰিলে কৃপানাথ মাল্লাই! - kripanath malla

জৰাজীৰ্ণ আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰাৰ পাচতো আজিকোপতি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ।

আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে কৃপানাথ মাল্লাই!
author img

By

Published : Jun 15, 2019, 9:42 AM IST

Updated : Jun 18, 2019, 10:57 AM IST

কৰিমগঞ্জ,১৫ জুন : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত,আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো এটা গুৰুত্বপূৰ্ণ পথ । এই পথটোৱে ৰাতাবাৰী বিধানসভা সমষ্টিৰ ৮০% লোকৰ যাতায়াতৰ একমাত্ৰ সম্বল। এই পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰাৰ পাচতো আজিকোপতি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ।

আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে কৃপানাথ মাল্লাই!

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা আনিপুৰ জামুয়াং গড়কাপ্তানি পথটো ৰাইজৰ দাবীত প্ৰায় সাত মাহ পূৰ্বে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক কৃপানাথ মাল্লাই পথটোৰ নামত চৰকাৰে ২.৯৬ লাখ টকাৰ আঁচনি লোৱা হৈছে বুলি এখন আধাৰশিলা স্থাপন কৰে। কিন্তু আধাৰশিলা স্থাপন হোৱাৰ সাতমাহ অতিক্ৰম হোৱাৰ পিচতো আজি পৰ্যন্ত এই পথচোৱাৰ অৱস্থা সলনি নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি শেহতীয়াকৈ হৈ যোৱা লোকসভা নিৰ্বাচনত কৃপানাথ মাল্লাই, ৰাইজৰ ভোট লাভ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।

Intro:Body:SLUG :BED CONDITION PWD ROAD(RATABARI)

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ পথ হৈছে আনিপুৰ জামুয়াং গঢ়কাপ্তানি পথ । কিওনো এই পথটোৱে হৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ 80% লোকৰ যাতায়াতৰ একমাত্ৰ সম্বল । দীৰ্ঘ দিন ধৰি বেহাল অবস্থাত আছিল এই পথটো । অবশেষত ৰাইজৰ গনদাবীৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা প্ৰায় সাত মাহ আগত সমষ্টিৰ তেতিয়াৰ বিধায়ক কৃপানাথ মাল্লাই পথটোৰ নামত চৰকাৰে 2.96  lacs টকাৰ আচনী লোৱা হৈছে বুলি এখন আধাৰশিলা স্থাপন কৰে । পিছে সাতমাহ অতিক্ৰম হোৱাৰ পিছতো  আজিলৈকে সলনি নহল গুৰুত্বপুৰ্ণ এই পথচোৱাটোৰ অবস্থাৰ । কিন্তু সমষ্টিৰ বিধায়ক তথা গৰকপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ঘনিষ্ঠ কৃপানাথ মাল্লাহ বিধানসভাৰ উপাধক্ষ্য হোৱাৰ পিছত আজিৰ তাৰিখত তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ হবলৈ পালে । সেয়ে ৰাইজৰ অভিযোগ মতে কৃপানাথ মাল্লাই আধাৰশিলা স্থাপন কৰি ৰাইজৰ ভোট লাভ কৰাৰ এয়াই আছিল উত্তম পন্থা । উল্লেখযোগ্য যে ৰাতাবাৰীৰ একাংশ পথবাটৰ অৱস্থা শোচনীয়।Conclusion:
Last Updated : Jun 18, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.