ETV Bharat / state

গাঁৱে গাঁৱে চাইকেল চলাই গ্ৰামোন্নয়নৰ সজাগতা পেৰাচাইক্লিষ্ট ৰাকেশৰ

কৰিমগঞ্জত আহি উপস্থিত হ’ল পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ পেৰাচাইক্লিষ্ট ৰাকেশ ৷ গ্ৰামোন্নয়ন বিভাগৰ সজাগতা অনুষ্ঠানৰ অংশ হিচাপে চাইকেল চলাই কৰিমগঞ্জৰ লংগাই, সাদাৰাশি, পানিঘাট এই তিনিখন গাঁৱৰ পঞ্চায়ত সভাত অংশগ্ৰহণ কৰে পেৰাচাইকলিষ্ট ৰাকেশে ৷

AS_KRJ_PERACYCLIST_RAKESH_VIS1_ASC10028
গাঁৱে গাঁৱে চাইকেল চলাই সজাগতা পেৰাচাইক্লিষ্ট ৰাকেশৰ
author img

By

Published : Dec 2, 2020, 7:16 PM IST

কৰমগঞ্জ,2 ডিচেম্বৰঃ শাৰীৰিক অক্ষমতাক অগ্ৰাহ্য কৰি অসাধ্য সাধন কৰাৰ উদ্দেশ্যে কৰিমগঞ্জত আহি উপস্থিত হ’ল পেৰাচাইকলিষ্ট ৰাকেশ ৷ গ্ৰামোন্নয়ন বিভাগৰ সজাগতা অনুষ্ঠানৰ অংশ হিচাপে চাইকেল চলাই কৰিমগঞ্জৰ লংগাই, সাদাৰাশি, পানিঘাট এই তিনিখন গাঁৱৰ পঞ্চায়ত সভাত অংশগ্ৰহণ কৰে পেৰাচাইকলিষ্ট ৰাকেশে ৷ উল্লেখ্য যে, দিব্যাংগ লোকসকলৰ বাবে পাঞ্চালয়ত আৰু গ্ৰামোন্বয়ন বিভাগে মুকলি কৰিছে বিভিন্ন আঁচনি ৷ এই আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাকেশে ৷

গাঁৱে গাঁৱে চাইকেল চলাই সজাগতা পেৰাচাইক্লিষ্ট ৰাকেশৰ

পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ তৰফৰ পৰা ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত কৰা হৈছে পেৰাচাইক্লিষ্ট ৰাকেশক ৷ বুধবাৰে কৰিমগঞ্জৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা সভাপতি অশীষ নাথক লগত লৈ এই যাত্ৰা আৰম্ভ কৰে ৷

লগতে পঢ়ক-বিশ্বনাথৰ প্ৰায় 10 শতাধিক মৎস্যজীৱি পৰিয়ালৰ জীৱনলৈ নামিছে অন্ধকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.