ETV Bharat / state

বৰাকত উপস্থিত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা - কমলাক্ষ দে পুৰুকায়স্থ

উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই আই চি ইউ নিৰ্মাণ নোহোৱালৈকে আই চি ইউৰ অভাৱত মৃত্যু হোৱা ৰোগীৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে, চিকিৎসা নোপোৱাকৈয়ে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈ আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷

Pijush hazarika visited karimganj
বৰাকত উপস্থিত হ‘ল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা
author img

By

Published : Aug 28, 2020, 8:01 PM IST

কৰিমগঞ্জ, 28 আগষ্ট: ৰাজ্যৰ ইজনৰ পাচত সিজন মন্ত্ৰী বৰাকত উপস্থিত হৈ কৰিমগঞ্জৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে ৷ কিন্তু এতিয়াও বিভিন্ন সমস্যাৰে যুঁজিবলগীয়া হৈছে বৰাকৰ জনসাধাৰণে ৷ বৰাকত বিশেষকৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত 100 খন বিচনাযুক্ত আই চি ইউ কক্ষ স্থাপনৰ প্ৰতিশ্ৰুতি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই বৰাকত উপস্থিত হৈ প্ৰদান কৰিছিল যদিও আজিকোপতি সেই বিশেষ আই চি ইউ কক্ষ ৷

শুকুৰবাৰেও মন্ত্ৰীগৰাকীয়ে শিলচৰত উপস্থিত হৈ সদ্যহতে 20-25 খন বিছনাযুক্ত আই চি ইউ কক্ষ দুই-তিনিমাহৰ ভিতৰত স্থাপন কৰা হ‘ব বুলি আশ্বাস প্ৰদান কৰে ৷ শিলচৰত উপস্থিত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ সৈতে বৈঠকতো মিলিত হয় ৷

বৰাকত উপস্থিত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা

আনহাতে, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই আই চি ইউ নিৰ্মাণ নোহোৱালৈকে আই চি ইউৰ অভাৱত মৃত্যু হোৱা ৰোগীৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে চিকিৎসা নোপোৱাকৈয়ে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈ আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে এনআৰচিৰ আঁসোৱাহ মুক্ত তালিকা বিচাৰে ধুবুৰীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.