কৰিমগঞ্জ, 15 আগষ্টঃ সমগ্ৰ দেশত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কৰিমগঞ্জৰ নিলামবজাৰত ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল'বলৈ আহি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখৰ পথৰ অৱস্থা দেখি ক্ষোভিত হৈ পৰে ৰাইজ ৷ আশ্বৰ্যকৰ কথা যে, অনুষ্ঠান অনুষ্ঠিত হ'ব লগা ঠাইৰ পৰা প্ৰায় 50 মিটাৰ দূৰত্বতে জাবৰৰ দ'ম ৷ ক্ষোভিত ৰাইজে ঘেৰাও কৰে চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ পাছত চক্ৰ বিষয়াজনে জনাই যে এই সমূহ কামৰ বাবে চৰকাৰৰ ফালৰ পৰা টকাৰ আৱণ্টন হোৱা নাই ৷
পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও - independence day karimgan
কৰিমগঞ্জত অপ্ৰীতিকৰ পৰিস্থিতি ৷ পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও ৷ পথৰ দুৰৱস্থা দেখি ক্ষোভিত ৰাইজ ৷

পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও
কৰিমগঞ্জ, 15 আগষ্টঃ সমগ্ৰ দেশত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কৰিমগঞ্জৰ নিলামবজাৰত ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল'বলৈ আহি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখৰ পথৰ অৱস্থা দেখি ক্ষোভিত হৈ পৰে ৰাইজ ৷ আশ্বৰ্যকৰ কথা যে, অনুষ্ঠান অনুষ্ঠিত হ'ব লগা ঠাইৰ পৰা প্ৰায় 50 মিটাৰ দূৰত্বতে জাবৰৰ দ'ম ৷ ক্ষোভিত ৰাইজে ঘেৰাও কৰে চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ পাছত চক্ৰ বিষয়াজনে জনাই যে এই সমূহ কামৰ বাবে চৰকাৰৰ ফালৰ পৰা টকাৰ আৱণ্টন হোৱা নাই ৷
পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও
পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও
Intro:Body:Sulg - পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত নিলামবাজাৰ চক্ৰ আধিকারিক ঘেৰাও
পতাকা উত্তোলনৰ প্রাক মূহুৰ্তত নিলামবাজাৰ চক্ৰ আধিকারিক ঘেৰাও কৰিলে স্থানীয় ত্রিশূল এনজিও । দক্ষিণ কৰিমগঞ্জৰ প্রাণ কেন্দ্র নিলামবাজাৰত দক্ষিণ করিমগঞ্জর সদৰ অনুষ্ঠান হৱ। কিন্ত আজি অনুষ্ঠানত ভাগ লবলৈ অহি নিলামবাজাৰ চক্ৰ আধিকারিক অফিসেৰ ৰাস্তাৰ অবস্থা দেখি ক্ষোভ প্রকাশ কৰে চক্র আধিকারিক ঘেৰাও কৰিলে স্থানীয় ত্রিশূল এনজিও। অনুষ্টানত ভাগ লবলৈ অহাৰ ৰাস্তাত কাদাৱ পৰিপূৰ্ণ। অনুষ্টান স্থলৰ পৰা মাত্র পঞ্চাশ মিটার দুৰত বৃদ্ধি পাইছে জাৱৰৰ দম ৷ কিন্তু পৰিস্কাৰ কৰিবলৈ কোনো পদক্ষেপ নোলোৱাত বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। অত্যন্ত দুর্গন্ধ মাজত কেনেকৈ পতাক উত্তোলন ভাগ লব এই প্রশ্ন উত্তৰত চক্ৰ আধিকাৰীকে কয় সৰকাৰৰ ফালৰ পৰাও কোন টাকা দিয়া নাই।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion: