ETV Bharat / state

কৰিমগঞ্জত সন্ধানহীন কিশোৰ

স্কুলৰ পৰা ঘৰলৈ উভতাৰ পথত ৰহস্যজনকভাৱে সন্ধানহীন কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ এজন কিশোৰ ৷

author img

By

Published : Oct 19, 2019, 9:24 PM IST

ৰহস্যজনকভাৱে সন্ধানহীন এজন কিশোৰ

কৰিমগঞ্জ, 19 অক্টোবৰ: কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নয়াগ্ৰামত ৰহস্যজনক ঘটনা ৷ স্কুলৰ পৰা ঘৰলৈ উভতাৰ পথতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে এজন কিশোৰ ৷

দক্ষিণ কৰিমগঞ্জৰ পৰা সন্ধানহীন কিশোৰ

কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নয়াগ্ৰামত সংঘটিত হৈছে এই ঘটনা। সন্ধানহীন কিশোৰগৰাকীৰ নাম হৈছে ৰুহুল আলম ৷ সন্ধানহীন কিশোৰগৰাকীৰ বয়স হৈছে 16 বছৰ ৷ যোৱা 16 তাৰিখৰ পৰা সন্ধানহীন হৈ থকা কিশোৰজনৰ বৰ্তমানলৈকে কোন শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালে ৷ ইতিমধ্যে এই ঘঠনা সংক্ৰান্তত নিলামবাজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালবৰ্গই।

Intro:Body:স্কুলৰ পৰা ঘৰলৈ উভতাৰ পথত ৰহস্যজনকভাৱে সন্ধানহীন এক কিশোৰ। কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নয়াগ্রামত সংঘটিত হয় এই ঘটনা। সন্ধানহীন কিশোৰে নাম রুহুল আলম 17. গত 16 তাৰিখ সন্ধানহীন হওয়া পিছত এতিৱা লৈ কোন খবৰ পোৱা নাই। এই ঘঠনা লৈ নিলামবাজাৰ আরক্ষী থানাত নিখোজ সংক্ৰান্ত গোছৰ ৰুজু কৰা হৈছে।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.