ETV Bharat / state

কৰিমগঞ্জত চুৰি হোৱা বাইকসহ আটক অভিযুক্ত - কৰিমগঞ্জত চুৰি হোৱা বাইক

স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই 28 মে'ত কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ পৰা চুৰ হোৱা বাইকসহ, বাংলাদেশ সীমান্তৰ সুনাতুলা গাঁৱৰ এগৰাকী অভিযুক্ত লোকক আটক কৰে আৰক্ষীয়ে ৷

one accused arrested in karimganj with stolen bike

author img

By

Published : Jun 1, 2020, 1:51 PM IST

কৰিমগঞ্জ, 1 জুনঃ বিগত 28 মে'ত কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ পৰা চুৰ হৈছিল এখন মটৰ চাইকেল ৷ মটৰ চাইকেলখনৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত বাৰইগ্ৰাম আৰক্ষীৰ অনুসন্ধানত অৱশেষত উদ্ধাৰ হয় মটৰ চাইকেল খন ৷

কৰিমগঞ্জত চুৰি হোৱা বাইকসহ আটক অভিযুক্ত

বাংলাদেশলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে ভাৰত বাংলাদেশ সীমান্তৰ সুনাতুলা গাঁৱৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে মটৰ চাইকেলখন উদ্ধাৰ কৰে ৷ লগতে এই চুৰিৰ ঘটনাৰ জড়িত থকাৰ অভিযোগত কবীৰ উদ্দিন নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জানিব পৰা অনুসৰি, কৰিমগঞ্জ জিলাৰ বিভিন্ন এলেকাত অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে চুৰিৰ ঘটনা ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.