ETV Bharat / state

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত 9

author img

By

Published : Nov 11, 2021, 9:18 AM IST

Updated : Nov 11, 2021, 10:41 AM IST

কৰিমগঞ্জত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় 9 গৰাকীকৈ ব্যক্তি ৷ ষট পূজা সম্পন্ন কৰি ওভোটাৰ মূহুৰ্তত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা

কৰিমগঞ্জ, 11 নৱেম্বৰ : ষট পূজাৰ দিনটোতে কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ষট পূজা সম্পন্ন কৰি ঘৰলৈ ওভোতাৰ পথত সংঘটিত এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ন গৰাকীকৈ লোকে ৷ কৰিমগঞ্জৰ বৈঠাখালত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ অট’ আৰু ট্ৰাকৰ বিপৰীতমুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত পতিত হোৱা অট’খনৰ নম্বৰ হৈছে as 10 ac 5782 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে NL 01 Q 0088 ৷

ভয়ংকৰ পথ দুৰ্ঘটনা

সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী ৷ একাংশ স্থানীয় লোকে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে অৱৰোধ কৰিছে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ ৷ ঘটনাস্থলী অব্যাহত আছে উদ্ধাৰ অভিযান ৷

লগতে চাওক: সামৰণি পৰিল ষট পূজাৰ : লখিমপুৰত লোকে লোকাৰণ্য পৰিৱেশ

Last Updated : Nov 11, 2021, 10:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.