ETV Bharat / state

কৰিমগঞ্জ চহৰত পুনৰ এগৰাকীৰ দেহত ধৰা পৰিল COVID-19

author img

By

Published : Jun 10, 2020, 9:15 PM IST

আক্ৰান্ত লোকজন কৰিমগঞ্জ চহৰৰ ব্ৰজেন্দ্ৰ ৰোডৰ দেৱব্ৰত সাহা বুলি জানিব পৰা গৈছে । দুদিন পূৰ্বে তেওঁ দুই সন্তানৰ সৈতে দিল্লীৰ পৰা উভতি আহিছিল ।

কৰিমগঞ্জ চহৰত পুনৰ এগৰাকীৰ দেহত ধৰা পৰিল COVID-19
কৰিমগঞ্জ চহৰত পুনৰ এগৰাকীৰ দেহত ধৰা পৰিল COVID-19

কৰিমগঞ্জ, 10 জুনঃ কৰিমগঞ্জ চহৰত পুনৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল COVID-19 । লোকজন দুদিন পূৰ্বে উভতি আহিছিল দিল্লীৰ পৰা । লোকজন কৰিমগঞ্জ চহৰৰ ব্ৰজেন্দ্ৰ ৰোডৰ দেৱব্ৰত সাহা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, লোকজনৰ সৈতে দিল্লীৰ পৰা দুই সন্তানো আহিছিল ।

লোকজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে পৰিয়ালৰ আন লোকসকলক কোৱাৰেণ্টাইনত ৰখা হৈছে ।

বৰ্তমানলৈ কৰিমগঞ্জত মুঠ আক্ৰান্তৰ সংখ্যা 118 গৰাকী হৈছে । তাৰ ভিতৰত 71 গৰাকী কৰিমগঞ্জ কভিড হাস্পতালত ৰখা হৈছে আৰু 47 গৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে।

লগতে চাওকঃ কোভিড-19: বাক্সাৰ কাউৰপাৰাক ছীল কৰিলে প্ৰশাসনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.