কৰিমগঞ্জ, 23 জানুৱাৰীঃ অসমৰ নগৰপালিকা তালিকাত সংযোজিত হল আন এখন নাম ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ দিনা ৰাইজৰ বহু অনাকাংখিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ শুভাৰম্ভ হ'ল ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ৰামকৃষ্ণনগৰক চহৰৰ মৰ্যদা দিয়াৰ দাবী বহু পুৰণি ৷ বিগত ২০১৭ চনত ৰামকৃষ্ণনগ চহৰে মৰ্যাদা লাভ কৰিলেও পৌৰসভা মৰ্যদা লাভ কৰা নাছিল ৷ গাঁও পঞ্চায়ত বন্ধ হৈ পৌৰসভা গঠন নহোৱাৰ বাৱে স্থানীয় ৰাইজ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ৷ অৱশেষত বৃহস্পতিবাৰে দিনত স্থাপিত হ'ল চাৰিখন ৱাৰ্ড বিশিষ্ঠ ৰামকৃষ্ণনগৰ পৌৰসভা ৷ পৌৰসভা খন উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাকে ধৰি জিলা উপায়ুক্ত সহ আন আন চৰকাৰী বিষয়ববীয়া ৷
নগৰপালিকা তালিকাত সংযোজিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ - নগৰপালিকা তালিকাত সংযোজিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ
বৃহস্পতিবাৰে অসমৰ নগৰপালিকা তালিকাত সংযোজিত হল আন এখন নাম ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ৰামকৃষ্ণনগৰ চহৰে লাভ কৰিলে পৌৰসভা মৰ্যাদা ৷
কৰিমগঞ্জ, 23 জানুৱাৰীঃ অসমৰ নগৰপালিকা তালিকাত সংযোজিত হল আন এখন নাম ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ দিনা ৰাইজৰ বহু অনাকাংখিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ শুভাৰম্ভ হ'ল ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ৰামকৃষ্ণনগৰক চহৰৰ মৰ্যদা দিয়াৰ দাবী বহু পুৰণি ৷ বিগত ২০১৭ চনত ৰামকৃষ্ণনগ চহৰে মৰ্যাদা লাভ কৰিলেও পৌৰসভা মৰ্যদা লাভ কৰা নাছিল ৷ গাঁও পঞ্চায়ত বন্ধ হৈ পৌৰসভা গঠন নহোৱাৰ বাৱে স্থানীয় ৰাইজ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ৷ অৱশেষত বৃহস্পতিবাৰে দিনত স্থাপিত হ'ল চাৰিখন ৱাৰ্ড বিশিষ্ঠ ৰামকৃষ্ণনগৰ পৌৰসভা ৷ পৌৰসভা খন উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাকে ধৰি জিলা উপায়ুক্ত সহ আন আন চৰকাৰী বিষয়ববীয়া ৷
অসমৰ নগৰ পালিকা তালিকাত সংযোজিত হল আন এখন নাম | নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম জয়ন্তীৰ দিনা ৰাইজৰ বহু আখাংকিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ শুভাৰম্ভ হল | কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্ঠিৰ ৰামকৃষ্ণনগৰক চহৰৰ মৰ্য্যদা দিয়াৰ দাবি বহু পুৰনি | যোৱা ২০১৭ ইংৰাজিত চহৰৰ মৰ্য্যদা দিয়া হলেও কোনও পৌৰসভা বনোৱা হোৱা নাছিল | গাঁও পঞ্চায়েত বন্ধ হৈ পৌৰসভা গঠন নহোৱাৰ বাৱে স্থানীয় ৰাইজ বহু ক্ষেত্ৰত অসুবিধাৰ সম্মুক্ষিন হবলগা হৈছিল | অবশেষত আজিৰ দিনত স্থাপিত হল চাৰিখন ৱাৰ্ড বিশিষ্ঠ ৰামকৃষ্ণনগৰ পৌৰসভা | পৌৰসভা খন উদ্ভোধনি অনুষ্ঠানত উপস্থিত আছিল সমষ্ঠিৰ বিধায়ক বিজয় মালাকাৰ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাকে ধৰি জিলা উপায়ুক্ত সহ আন আন চৰকাৰি আধিকাৰিক | ৰাতাবাড়ি সমষ্ঠিৰ বিজয় মালাকাৰ বিজয় মালাকাৰে কয়, এয়া বৰাক উপত্যকাৰ আটাইতকৈ সুন্দৰ পৌৰসভাত পৰিনত হব |
ৱাইট,বিজয় মালাকাৰ, বিধায়ক ৰাতাবাৰী।Conclusion:
TAGGED:
অসমৰ নগৰপালিকা তালিকা