ETV Bharat / state

শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস

শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস ।এইবাৰ চৰকাৰী বিদ্যালয় সমূহত দুপৰীয়া আহাৰত অন্তৰ্ভূক্ত হল পিঠাপুলি । ছাত্ৰছাত্ৰীক পঢ়া শুনাত উৎসাহিত কৰাৰ বাবে শিক্ষা বিভাগৰ আন এক নতুন সংযোজন ।

new-food-item-include-in-govt-school
শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস
author img

By

Published : Dec 4, 2020, 5:59 PM IST

কৰিমগঞ্জ, 4 ডিচেম্বৰ : শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস ।এইবাৰ চৰকাৰী বিদ্যালয় সমূহত দুপৰীয়া আহাৰত অন্তৰ্ভূক্ত হল পিঠাপুলি। ছাত্ৰ ছাত্ৰীক পঢ়া শুনাত উৎসাহিত কৰাৰ বাবে শিক্ষা বিভাগৰ আন এক নতুন সংযোজন । শিক্ষা বিভাগৰ নতুন নিয়ম অনুযায়ী কৰিমগঞ্জতো এই আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷

new-food-item-include-in-govt-school
শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস

লঙ্গাই ৩৫৯ নং শ্রীভুমি বিদ্যাপিট প্ৰাথমিক বিদ্যালয়ত এই পিঠাপুলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰিমগঞ্জ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত নিছাৰ হিবড়ে। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীক মধ্যাহ্ন ভোজনৰ লগত পিঠা-পনাও প্ৰদান কৰা হ‘ব ৷ কৰিমগঞ্জত অনুষ্ঠিত উক্ত সভাত শিক্ষা বিভাগৰ কেবাগৰাকীও বিষয় ববীয়াও উপস্থিত থাকে ৷

new-food-item-include-in-govt-school
শিক্ষা বিভাগৰ আন এক ব্যতিক্ৰমী প্ৰয়াস

লগতে পঢ়ক: বিগত দহটা বছৰত প্ৰকৃততে কি উন্নয়ন হ’ল বিটিচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.