ETV Bharat / state

কভিড-19 ৰ সৈতে যুজিবলৈ সকলো সময়তে সষ্টম শিলচৰ মেডিকেল কলেজ

author img

By

Published : May 1, 2020, 8:35 PM IST

শিলচৰ মেডিকেল কলেজত পুনৰবাৰ নতুনকৈ এগৰাকী কৰ'ণা ৰোগীক ভৰ্তি কৰোৱা হয় ৷ উপাধ্যক্ষ গৰাকীয়ে জনোৱা অনুসৰি নতুনকৈ ভৰ্তী কৰোৱা কৰ'ণা ৰোগীজন প্ৰথম গৰাকী ৰোগীৰ সংস্পৰ্শত আহিছিল ৷

New corona patients admitted in silchar medical college hospital
উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্ত

শিলচৰ, 1 মে': কভিড-19 ৰ সৈতে যুজিবলৈ সকলো সময়তে সষ্টম শিলচৰ মেডিকেল কলেজ ৷ শুকুৰবাৰে চিকিৎসালয়খনৰ উপাধ্যক্ষ ডা৹ ভাস্কৰ গুপ্তই সাংবাদিকক সম্বোধন কৰি কয় যে, বৰ্তমান চিকিৎসালয়খনত দুজন কৰ'ণা ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যৰ প্ৰথম গৰাকী কৰ'ণা ৰোগীক বৰ্তমানলৈ 8 বাৰ টেষ্ট কৰা হৈছে যদিও বৰ্তমানলৈ সকলো পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি উল্লেখ কৰে উপাধ্যক্ষ গৰাকীয়ে ৷ আনহাতে পুনৰবাৰ চিকিৎসালয়খনত নতুনকৈ এগৰাকী কৰ'ণা ৰোগীক ভৰ্তী কৰোৱা হয় ৷ উপাধ্যক্ষ গৰাকীয়ে জনোৱা অনুসৰি নতুনকৈ ভৰ্তী কৰোৱা কৰ'ণা ৰোগীজন প্ৰথম গৰাকী ৰোগীৰ সংস্পৰ্শত আহিছিল ৷

উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্ত

ইয়াৰ লগতে চিকিৎসালয়খনে সকলো সময়তে সষ্টম হৈ থাকিব বুলি উল্লেখ কৰে উপাধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়ক : চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বাবে ইন্টিউবেশ্যন বক্স নিৰ্মাণ IITৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.