ETV Bharat / state

কৰিমগঞ্জত অব্যাহত বালিৰ অবৈধ বেহা - কৰিমগঞ্জ

নৈৰ বুকু খনন কৰি চলাইছে এই বেহা

বালিৰ অবৈধ বেহা
author img

By

Published : Mar 13, 2019, 3:00 PM IST

কৰিমগঞ্জ , ১৩ মাৰ্চ : কৰিমগঞ্জত নৈৰ বুকু খনন কৰি একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা ।একাংশ বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে ।

বালিৰ অবৈধ বেহা

লঙ্গাই আৰু শিঙলা নৈৰ বুকু খনন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বালিৰ অবৈধ বেহা । ইপিনে ৰাইজৰ অভিযোগৰ ভিত্তিত বিজেপি নেত্ৰী শিপ্ৰা গুণয়ে বালিৰ বেহা কৰা স্থান সমূহ পৰিদৰ্শন কৰে ।

Slug.Illegal trade of sand is in Karimganj.

অবৈধ বালিৰ বেহা চলিছে কৰিমগঞ্জত।বনবিভাগৰ একাংশ আধিকাৰীকৰ পৃষ্ঠপোষকতাত চলিছে বালিৰ বেহা।বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগটোক দুৰ্নীতিমুক্ত কৰিবলৈ কলেও আচলতে বিভাগত যেনেদৰে দুৰ্নীতি চলিছে দেখিলে আপোনাৰ ও চখু উঠিব কপালত।লঙ্গাই আৰু শিঙলা নৈৰ বুকু খনিনি কৰি অবৈধভাবে চলিছে বালিৰ বেহা। ৰাইজৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত বিজেপি নেত্ৰী শিপ্ৰা গুণ বালিৰ বেহা স্থান সমূহ পৰিদৰ্শন কৰি এই সন্ধৰ্বত বিজেপিৰ ৰাষ্ঠীয় নেত্ৰী জনে আমাক কয়,,,,,
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.