ETV Bharat / state

কৰিমগঞ্জত অদ্ভূত ঘটনা ! কিয় হঠাৎ জনপ্ৰিয় হৈ পৰিছে এটা মন্দিৰ.. - মহাদেৱ

কি হৈছে কৰিমগঞ্জৰ এটা শিৱ মন্দিৰত ৷ হাতে-হাতে ম'বাইল, কেমাৰত বন্ধী কৰাৰ হেতা-ওপৰা ৰাইজৰ, কিন্তু কিয় ? আচলতে হৈছে কি মন্দিৰটোত ৷ আচলতে মন্দিৰত থকা নন্দিৰ মূৰ্তিৰ আগত গাখীৰ দিলে সেই গাখীৰ হেনো খাই দিয়ে মূৰ্তিটোৱে । ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল সমগ্ৰ দৃশ্য ৷

কৰিমগঞ্জত অদ্ভূত ঘটনা ! কিয় হঠাৎ জনপ্ৰিয় হৈ পৰিছে এটা মন্দিৰ
author img

By

Published : Jul 31, 2019, 4:20 AM IST

কৰিমগঞ্জ, 30 জুলাইঃ কৰিমগঞ্জত এক অলৌকিক ঘঠনাই এতিয়া খলকনী তুলিছে ছ'চিয়েল মিডিয়াত । মহাদেৱৰ বাহন হিচাপে পৰিচিত নন্দিয়ে ভক্তৰ পৰা খাইছে গাখীৰ । শতাধিক বছৰ এটা পূৰণি শিৱ মন্দিৰত থকা মহাদেৱৰ বাহন নন্দিয়ে গাখীৰ খোৱা ভিডিঅ'ক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা । ঘটনা কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কেকড়াগুল চাহ বাগিছাৰ ।

কৰিমগঞ্জত অদ্ভূত ঘটনা !

শাওণৰ দ্বিতীয় সোমবাৰে বলবম উপলক্ষে ৰাতাবাৰী সমষ্টিৰ এই মন্দিৰত যথেষ্ট সংখ্যক লোকৰ সমাহৰ দেখা পোৱা যায় । এইবোৰো ইয়াৰ ব্যতিক্ৰম দেখা পোৱা নগ'ল । কিন্তু এইবাৰ নন্দিয়ে গাখীৰ খোৱা ঘটনাই যথেষ্ট চৰ্চাৰ কাৰণ হৈ পৰিছে । এতিয়া প্ৰতিদিনে মন্দিৰত বৃদ্ধি পাইছে অগণন ভক্তৰ ভীৰ ৷

Intro:Body: SLUG.EKHON BISESH
SHIV MANDIR .

কৰিমগঞ্জৰ  এক অলৌকিক ঘঠনাই খলকনীৰ সৃষ্টি কৰিছে ছছিয়েল মিডিয়া'ত । মহাদেৱৰ বাহন হিচাপে পৰিচিত নন্দিয়ে ভক্তৰ পৰা খাইছে গাখীৰ । শতাধিক বছৰ পূৰণি এই মন্দিৰত থকা মহাদেৱৰ বাহন নন্দিৰ গাখীৰ খোৱা ভিডিও লৈ চলিছে জোৰ চৰ্চা । ঘঠনা কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কেকড়াগুল চাহ বাগিছাৰ । শাওণৰ দ্বিতীয় সোমবাৰে বোলবম উপলক্ষ্যে ৰাতাবাৰী সমষ্টিৰ এই মন্দিৰত যথেষ্ট সংখ্যক লোকে আহি ভীৰ কৰে । এইবোৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল । কিন্তু এইবাৰৰ এটা ঘঠনাই বৰ্তমানে চৰ্চিত হৈ পৰিছে । প্ৰতিদিনে মন্দিৰত ভীৰ কৰিছে শ শ ভক্তপ্ৰান ৰাইজে । আচলতে কী ঘঠনা ? কিও হঠাত মন্দিৰটো জনপ্ৰিয় হৈ পৰিছে ?

আচলতে মন্দিৰত থকা নন্দিৰ মূৰ্তিৰ আগত গাখীৰ দিয়া হ'লে সেই গাখীৰ হেনো খাই দিয়ে মুৰ্ত্তিটোৱে । আৰু এনে এক ভিডিও ছছিয়েল মিডিয়া ত আপলোড হোৱাৰ পিছত ভক্তৰ লানি নিচিনা সুত বৈছে মন্দিৰত । পিছে উত্কন্ঠা বাঢ়িল সাংবাদ মাধ্যমৰো । এই মন্দিৰত উপস্থিত হোৱাৰ পিছত কী দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত? চাও আহক এই দৃশ্য .........

ঘঠনা সন্দৰ্ভত স্থানীয় ৰাইজে কৈছে ......Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.