ETV Bharat / state

কৰিমগঞ্জত জাৰি লক ডাউন অমান্য একাংশ লোকৰ

author img

By

Published : Aug 28, 2020, 6:49 PM IST

অস্বাভাৱিক হাৰত বৰাক উপত্যাকাৰ কেইবাখনো জিলাৰ লগতে, কৰিমগঞ্জ জিলাতো বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰি শুকুৰবাৰে জিলাখনৰ একাংশ ৰাইজ বজাৰত ওলাই অহা পৰিলক্ষিত হ'ল ৷

কৰিমগঞ্জত জাৰি লক ডাউন অমান্য একাংশ লোকৰ
কৰিমগঞ্জত জাৰি লক ডাউন অমান্য একাংশ লোকৰ

কৰিমগঞ্জ, 28 আগষ্ট: কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ বাবে কৰিমগঞ্জ জিলাত চৰকাৰে জাৰি পুনৰ জাৰি কৰে 9 দিনীয় লক ডাউন ৷ কিয়নো অস্বাভাৱিক হাৰত বৰাক উপত্যাকাৰ কেইবাখনো জিলাৰ লগতে, কৰিমগঞ্জ জিলাতো বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰি শুকুৰবাৰে জিলাখনৰ একাংশ ৰাইজ বজাৰত ওলাই অহা পৰিলক্ষিত হ'ল ৷ ৰাইজৰ এনে সচেতনহীন গতি-বিধিক লৈ সম্প্ৰতি শংকিত হৈ পৰিছে একাংশ সচেতন লোক ৷ কিয়নো কৰ'ণা মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পাচতো স্থানীয় ৰাইজ এই ক্ষেত্ৰত সজাগ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: নলবাৰীত পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.