ETV Bharat / state

Drugs seized in Karimganj : কৰিমগঞ্জত জব্দ কোটি টকাৰ ড্ৰাগছ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against narcotics in Assam) ৷ এইবাৰ কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ হৈছে কোটি টকাৰ ড্ৰাগছ ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, 48 টা চাবোনৰ বাকচত আছিল প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷

author img

By

Published : Oct 28, 2022, 8:07 AM IST

Large quantities of drugs seized in Karimganj
কৰিমগঞ্জত জব্দ কোটি টকাৰ ড্ৰাগছ
  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against narcotics in Assam)
  • এইবাৰ কৰিমগঞ্জত পুনৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 4 কোটি টকাৰ ড্ৰাগছ
  • বদৰপুৰ চহৰৰ অসম‌‌ ত্ৰিপুৰা সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন‌ বাহনৰ পৰা জব্দ হৈছে 621 গ্ৰাম নিচাজাতীয় সামগ্ৰী
  • As 10 D 7320 নম্বৰৰ‌ অল্টো বাহনত অনা হৈছিল জব্দকৃত ড্ৰাগছখিনি
  • আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি 48 টা চাবোনৰ বাকচত আছিল প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী
  • জব্দকৃত ড্ৰাগছখিনি বাৰ্মা সীমান্তৰ পৰা কৰিমগঞ্জৰ নিলামবজাৰ অভিমুখে অনা হৈছিল
  • এই অভিযানত আটক হৈছে তিনিটা সৰবৰাহকাৰীও (Drug peddlers arrested by Karimganj Police)
  • আটকাধীন সৰবৰাহকাৰীকেইটা হৈছে নিলাম বজাৰ এলেকাৰ ইছলাম উদ্দিন, হুছেইন আহমেদ আৰু আব্দুল লতিফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.