ETV Bharat / state

কৰিমগঞ্জত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা উদযাপন

ক’ভিড প্ৰট’কলৰ মানি শুকুৰবাৰে কৰিমগঞ্জত লক্ষ্মী পূজা উদযাপন ৷ ধূপ,দ্বীপ নৈবেদ্যৰে প্ৰাৰ্থনা জনাই সকলোৰে মংগল কামনা কৰে সকলোৱে ৷

author img

By

Published : Oct 31, 2020, 8:08 AM IST

Lakshmi Puja celebrated in Karimganj
কৰিমগঞ্জত অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা উদযাপন

কৰিমগঞ্জ,31 অক্টোবৰ : শুকুৰবাৰে দেশ তথা ৰাজ্যজুৰি পালন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা লক্ষ্মী পূজা ৷ কৰ’ণা ত্ৰাসৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে লক্ষ্মী পূজা ৷ সবৰ্ত্ৰে আৰাধনা কৰিছে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক ৷

অভাৱ-অনাটন, দুৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈ লক্ষ্মী দেৱীৰ চৰণত সেৱা লৈছে সকলোৱে ৷ কৰিমগঞ্জৰ ভিন্ন ঠাইৰ লগতে পাথাৰকান্দিতো ক’ভিড প্ৰট’কলৰ মাজেৰে উদযাপন কৰা হয় লক্ষ্মী পূজা ৷

লক্ষ্মী প্ৰতিমাৰ সন্মুখত ধূপ, দ্বীপ নৈবেদ্য আগবঢ়াই সেৱা লয় ভক্তপ্ৰেমী ৰাইজে ৷ সকলোৰে মংগল কামনা কৰি নেদেখা জনৰ ওচৰত ধনে-ধানে উভৈনদী হ'বলৈকো কৰিলে প্ৰাৰ্থনা ৷

লগতে পঢ়ক : ফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.