ETV Bharat / state

প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ - BJP

বতাহ বৰষুণকো নেওচি কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোয়া মণ্ডল এলেকাত ঘৰে ঘৰে গৈ প্ৰচাৰ চলালে প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷

প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 1, 2019, 11:25 AM IST

কৰিমগঞ্জ, 1 এপ্ৰিলঃ প্ৰৱল বতাহ বৰষুণেও প্ৰচাৰ অভিযানত বাধা দিব পৰা নাই কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ ৷ যি কোনো উপায়েৰে ভোটাৰৰ কাষ চাপিব তেওঁ ৷ বিগত 20 বছৰ কাল সমষ্টিটো আছিল বেলেগ দলৰ হাতত ৷ এইবাৰ সেইবাবে সমষ্টিটোৰ পুনৰুদ্ধাৰৰ বাবে নামিছে গেৰুৱা দল ৷

প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ
দেওবাৰেপাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাটাও এলেকাত আছিল নিৰ্বাচনী জনসভা, সভাত বিজেপি নেতৃত্বৰ লগত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালো উপস্থিত আছিল ৷ বিয়লিৰ ভাগত ৰুষ্ট প্ৰকৃতিয়ে বাধাৰ সৃষ্টি কৰে প্ৰচাৰত । সোই বাধাঅতিক্ৰম কৰি পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোয়া মণ্ডলএলেকাত ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷

Intro:বৰুষণ ধুমুহাৰ মাজতো ভোট ভীক্ষাত এগৰাকী প্ৰাৰ্থীBody:Slug : BOROKHUN NEOSI PRARTHIR PROSAR.

বতাহ বৰষুনেও ভোটৰ প্ৰচাৰত বাধা দিব নোৱাৰিলে এগৰাকী প্ৰাৰ্থীক । যি কোনো পধ্যে ভোটাৰৰ কাখ চাপিব লাগে তেঁওৰ । কিওনো এইবাৰ যিকোনো প্ৰকাৰে  সমষ্টিটো উদ্ধাৰ কৰিব লাগে । পিছে কোন প্ৰাৰ্থীয়ে বতাহ বৰষুণ নেওচি যোৱা নিশা কাখ চাপিলে ভোটাৰৰ ঘৰে ঘৰে ?

হয় ! এইজন প্ৰাৰ্থী হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহ ।

দীৰ্ঘ 20 বছৰ আসনখন আনৰ দখলত আছিল । এইবাৰ এইখন আসন পুনৰুদ্ধাৰৰ এক সুবৰ্ণ সুযোগ । পিছে এই  সুযোগ কোনো প্ৰকাৰে হাতৰ পৰা যাব দিব খোজা নাই বিজেপি নেতৃত্বই । এইবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত ত্ৰিশংকু যুজ হোৱাৰ প্ৰৱল সম্ভাৱনা । নিৰ্বাচনী পথাৰত প্ৰৱল প্ৰতিদ্বন্দি তিনিটা দল যতাক্ৰমে BJP, CONGRESS আৰু AIUDF । আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি বাদ দি এতিয়ালৈকেও আন কোনো দলৰ বিশেষ কোনো প্ৰচাৰ পৰিলক্ষিত হোৱা নাই যদিও,  সমষ্টিৰ অন্তৰ্গত আটটা বিধানসভা সমষ্টিত সমানে প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই । যোৱা কালি পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাটাও এলেকাত আছিল নিৰ্বাচনী জনসভা । কিছু জনসভাত বিজেপি নেতৃত্বৰ লগত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু প্ৰাৰ্থী কৃপানাথ মাল্লাই জনসভা ত অংশ গ্ৰহণ কৰিলেও বিয়লিৰ পিছত  ৰুষ্ট প্ৰকৃতিয়ে বাধাৰ সৃষ্টি কৰে প্ৰচাৰত । কিন্তু বাধা নেওচি পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোয়া মন্ডল এলেকাত ঘৰে ঘৰে গৈ প্ৰচাৰ চলালে প্ৰাৰ্থী কৃপানাথ মাল্লাই । আৰু ইয়াৰ পিছত আমাৰ সাংবাদিকৰ প্ৰাৰ্থীৰ উদ্দেশ্যে পোনপটীয়া প্ৰশ্ন ........ নিৰ্বাচন জিকাৰ পিছত ৰাইজৰ সমস্যাত বৰষুণ নেওচি আপুনি ৰাইজৰ কাষত আহিব নে ?? উত্তৰত কী কলে প্ৰাৰ্থী কৃপানাথ মাল্লাই ..........

Date: 01.04.19 Bob chakraborty.  Karimganj. Conclusion:পিছে কেনেদৰে যুজঁ হয় কৰিমগঞ্জ লোকসভা সমষ্টিত এয়া দেখিবলৈ অপেক্ষা কৰিব লাগিব
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.