ETV Bharat / state

সুৰামত্ত হৈ থাকে কৃপানাথ মাল্লা ! - চিদ্দিক আহমেদ

কৰিমগঞ্জত কংগ্ৰেছৰ এক কৰ্মী সভাত এই অভিযোগ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ
author img

By

Published : Apr 4, 2019, 1:45 PM IST

কৰিমগঞ্জ , 04 এপ্ৰিল : "কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই সন্ধিয়াৰ পৰাই সুৰা পান কৰি থাকে" ৷ এই অভিযোগ কংগ্ৰেছ নেতা তথাপ্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বাসগৃহত অনুষ্ঠিত হোৱা এক কৰ্মী সভাত এই অভিযোগ কৰে তেওঁ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ

এই সভাত চিদ্দিক আহমেদে বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰী যদি চকীদাৰ হয় তেন্তে বিজয় মালিয়া আৰু নিৰৱমোডী কেনেকৈ দেশৰ বাহিৰলৈ ওলাই গ'ল ৷ ইয়াৰোপৰিবিজেপি চৰকাৰে চূড়ান্ত দুৰ্নীতি কৰি প্ৰতিজন প্ৰাৰ্থীক 15 কোটি টকা প্ৰদান কৰিছে বুলিও অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

Intro:কৰিমগঞ্জৰ আসনোৰ বিজেপি প্রার্থী কৃপানাথ মালাহ সন্ধ্যার ভাগৰ পৰা সুৱা পান কৰি থাকে। এমনি অভিযোগ তুলে বিজেপি প্রার্থী বিৰুদ্ধে কটাক্ষ করিলে প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে.............
তিনি বিজেপি সৰকাৰৰ সমালোচনা কৰি কয়.................. .
প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে ঘৰত এক কৰ্মী সভা অনুষ্ঠিত হৈছিল। এই সভাত প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে বিজেপি সরকারের বিরুদ্ধে অভিযোগ তুলে কয় প্রধানমন্ত্রী যদি চৌকিদাৰ। হন তাহলে কে কই বিজয় মারিয়া নিৰভ মোদী কেনেকৈ দেশের বাইরত উলাই গল। বিজেপি সরকাৰ চুড়ান্ত দুর্নীতি করে প্রতিজন প্ৰর্থীক 15 কোট কৰে প্রধান করেছে বলে অভিযোগ তুলেন।
আমিৰুল আলম সিদ্দেকী দক্ষিণ করিমগঞ্জ Body:কৰিমগঞ্জৰ আসনোৰ বিজেপি প্রার্থী কৃপানাথ মালাহ সন্ধ্যার ভাগৰ পৰা সুৱা পান কৰি থাকে। এমনি অভিযোগ তুলে বিজেপি প্রার্থী বিৰুদ্ধে কটাক্ষ করিলে প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে.............
তিনি বিজেপি সৰকাৰৰ সমালোচনা কৰি কয়.................. .
প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে ঘৰত এক কৰ্মী সভা অনুষ্ঠিত হৈছিল। এই সভাত প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে বিজেপি সরকারের বিরুদ্ধে অভিযোগ তুলে কয় প্রধানমন্ত্রী যদি চৌকিদাৰ। হন তাহলে কে কই বিজয় মারিয়া নিৰভ মোদী কেনেকৈ দেশের বাইরত উলাই গল। বিজেপি সরকাৰ চুড়ান্ত দুর্নীতি করে প্রতিজন প্ৰর্থীক 15 কোট কৰে প্রধান করেছে বলে অভিযোগ তুলেন।
আমিৰুল আলম সিদ্দেকী দক্ষিণ করিমগঞ্জ Conclusion:কৰিমগঞ্জৰ আসনোৰ বিজেপি প্রার্থী কৃপানাথ মালাহ সন্ধ্যার ভাগৰ পৰা সুৱা পান কৰি থাকে। এমনি অভিযোগ তুলে বিজেপি প্রার্থী বিৰুদ্ধে কটাক্ষ করিলে প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে.............
তিনি বিজেপি সৰকাৰৰ সমালোচনা কৰি কয়.................. .
প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে ঘৰত এক কৰ্মী সভা অনুষ্ঠিত হৈছিল। এই সভাত প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদে বিজেপি সরকারের বিরুদ্ধে অভিযোগ তুলে কয় প্রধানমন্ত্রী যদি চৌকিদাৰ। হন তাহলে কে কই বিজয় মারিয়া নিৰভ মোদী কেনেকৈ দেশের বাইরত উলাই গল। বিজেপি সরকাৰ চুড়ান্ত দুর্নীতি করে প্রতিজন প্ৰর্থীক 15 কোট কৰে প্রধান করেছে বলে অভিযোগ তুলেন।
আমিৰুল আলম সিদ্দেকী দক্ষিণ করিমগঞ্জ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.