ETV Bharat / state

উত্তৰ কৰিমগঞ্জ-দক্ষিণ কৰিমগঞ্জ সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা, কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ - দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ধুবৰী লৈকে যোৱা এটা গঢ়কাপ্তানি পথ

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বালিয়া বজাৰৰ পৰা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ধুবৰী লৈকে যোৱা গড়কাপ্তানি পথটোৰ শোচনীয় অৱস্থাৰ বাবে যোৱা কেইবা বছৰ ধৰি প্ৰায় 25 খন গাঁৱৰ ৰাইজে লোকে যমৰ যাতনা ভোগ কৰি আহিছে ৷

পথ নে পুখুৰী !
author img

By

Published : Aug 20, 2019, 12:22 PM IST

কৰিমগঞ্জ, 20 আগষ্ট : কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বালিয়া বজাৰৰ পৰা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ধুবৰী লৈকে যোৱা এটা গড়কাপ্তানি পথ । পথটোৰ শোচনীয় অৱস্থাৰ বাবে যোৱা কেইবা বছৰ ধৰি প্ৰায় 25 খন গাঁৱৰ ৰাইজে লোকে যমৰ যাতনা ভোগ কৰি আহিছে । বৰ্তমান এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । বছৰ বছৰ ধৰি এই পথটো নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও ইয়াৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই গড়়কাপ্তানি বিভাগে । সেয়ে মঙলবাৰে পথৰ ওপৰত থিয় হৈ চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ কৰে স্থানীয় ৰাইজকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলে ৷

পথ নে পুখুৰী ! সাধাৰণ ৰাইজকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

Intro:Body:SLUG : BED ROAD CONDITION.

কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বালিয়া বজাৰৰ পৰা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ধুবৰী লৈকে যোৱা এটা গঢ়কাপ্তানি পথ । পথটোৰ শোচনীয় অবস্থাৰ বাবে যোৱা কেবা বছৰ ধৰি প্ৰায় পচিশখন গাঁওৰ কেবাহেজাৰ লোকে জমৰ যাতনা ভোগ কৰি আহিছে । এই পথটোৰে সাধাৰন লোক, স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰী আনকি দুটাকৈ সীমান্ত আৰক্ষীৰ বিওপি'ৰ যোৱান সকলে অহা যোৱা কৰিব লাগে । অথচ এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । বছৰ বছৰ ধৰি এই পথটো নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰা হৈছিল যদিও ইয়াৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল গঢ়কাপ্তানি বিভাগে । সেয়ে বৰ্তমানে সাধাৰন ৰাইজকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলে পথৰ উপৰত থিয় হৈ চৰকাৰ বিৰোধী স্লোগান দিবলৈ বাধ্য হৈছে । .........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
  Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.