ETV Bharat / state

কংগ্ৰেছে CAB ৰ বিৰোধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে - প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকা সমালোচনা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়

প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকাৰ অসমীয়া ভাষা আৰু ভূপেন হাজৰিকাৰ সন্দৰ্ভত কৰা বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ৰ প্ৰতিক্ৰীয়া ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভটো গুৰত্বপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে

কংগ্ৰেছে CAB ৰ বিৰুদ্ধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে
author img

By

Published : Nov 19, 2019, 12:04 AM IST

Updated : Nov 19, 2019, 9:20 AM IST

কৰিমগঞ্জ,18 নৱেম্বৰঃ নীলমণি সেন ডেকা পাগল মানুহ | নীলমণি প্ৰকৃততে এজন চোৰ | চুৰি কৰাৰ বাবে নিৰ্বাচনত পৰাজিত হৈ মানসিক বিকৃতি ঘটিছে নীলমনিৰ | যাৰ বাবে এনে আবোল তাবোল বকি আছে | প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত এই মন্তব্য কৰে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় ৷ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় যে, কংগ্ৰেছৰ আদৰ্শত কোনেও জাতপাত লৈ ৰাজনীতি কৰাত বিশ্বাস নকৰে ৷ এনে মন্তব্যৰ বাবে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ক্ষমা বিচাৰিব লাগিব, নহ'লে আগন্তুক দিনত তেওঁৰ বিৰুদ্ধে দলে পদক্ষেপ লোৱাৰ লগতে আইনী ব্যবস্থাও ল'ব । তেঁও কয় যে যদি ভোটৰ স্বাৰ্থত নীলমণি সেন ডেকাই এনে মন্তব্য কৰে, তেন্তে ভোটৰ সময়ত লাভ হ'ব লাগিছিল । কিন্তু উজনি অসমৰ মানুহে কংগ্ৰেছৰ পৰিবৰ্তে বিজেপিকেহে ভোট দিলে । লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি এতিয়া আৰু লাভ নাই বুলি জনায় বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । ইয়াৰ বিপৰীতে অনুচ্ছেদ ১৪ অৱমাননাৰ বাবে বিৰোধিতা কৰা উচিত বুলি কয় । নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বঙালী মানুহৰ কোনো লাভ নহয় ৷ নাগৰিকত্ব বিধেয়কখন বিনা চৰ্তে হ'ব লাগে বুলি জনাই বিধায়কগৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে লগতে কয় যে বৰ্তমান কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি লাভ নাই ৷ কিয়নো মূলসূঁতিৰ অসমীয়া মানুহে উজনি অসমত বিজেপি দলকে ভোট দি জয়ী কৰাইছে ৷

কংগ্ৰেছে CAB ৰ বিৰুদ্ধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে
উল্লেখ্য যে, বৰাকত কলকাতা বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ উপৰি ভূপেন হাজাৰিকাক শান্তি নিকেতনে স্বীকৃতি দিছিল বুলি মন্তব্য কৰিছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৷ বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা নীলমণি সেন ডেকাৰ উক্ত মন্তব্যই ধুমুহাৰ সৃষ্টি কৰে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত । ইয়াৰ পৰিণতিতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । তিনি দিনৰ ভিতৰত তেওঁক এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

Intro:Body:SLUG: KAMALAKSHYA SAYS AGAINST NILMONI, KARIMGANJ
নিলমনী সেন ডেকা পাগল মানুহ | নিলমনী প্ৰকৃততে এজন চোৰ | চুৰি কৰাৰ বাৱে নিৰ্বাচনত পৰাজিত হৈ মানিসিক বিকৃতি ঘটিছে নিলমনীৰ | যাৰ বাৱে এনে আবোল তাবুল বকি আছে | প্ৰাক্তন মন্ত্ৰীগৰাকিক উভতি ধৰি কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় কয়, নীলমনিয়ে নেজানে, কলকাতা বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক শিকৃতি দিছে, ভূপেন হাজাৰিকাক শান্তিনিকতনে শিকৃতি দিছে বুলি । ভোটৰ স্বাৰ্থত এনে কথা কৈ থাকিলেও অসমৰ ৰাইজে কংগ্ৰেছৰ পৰিবৰ্তে বিজেপিকে ভোট দি আছে | প্ৰতিবাদ স্বৰূপ নিলমনী সেন ডেকা পুতুলাও দাহ কৰে কৰিমগঞ্জৰ কংগ্ৰেছ কাৰ্য্যকৰ্তা সকলে ।
হয়, এয়া কোনও বিৰুধী দলৰ ভাষ্য নহয় । কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰীগৰাকিক কংগ্ৰেছী বিধায়কেই তুলাধুনা দিলে বঙালি জাতি লৈ অশালিন মন্তব্য কৰাৰ বাৱে । উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় কয়, নিলমনী সেন ডেকা মন্ত্ৰী হৈ থাকতে কৈছিল ২ টকা এজনে পেঠ ভৰি খাব পাৰে । তেঁও এগৰাকি পাগল মানুহ | নিৰ্বাচনত পৰাজিত হৈ মানিসিক বিকৃতি ঘটিছে নিলমনীৰ | এতিয়া তিনি নম্বৰত আছে । ইয়াৰ বাৱেই এনেদৰে কৈ আছে । কিন্তু নিলমনী সেন ডেকায় নেজানে, কলকাতা বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক শিকৃতি দিছে, ভূপেন হাজাৰিকাক শান্তিনিকতনে শিকৃতি দিছে বুলি । বিধায়ক গৰাকিয়ে আৰুও কয়, নিলমনী প্ৰকৃততে এজন চোৰ | চুৰিৰ গোচৰ চলি আছে তেঁওৰ উপৰত । চুৰি কৰাৰ বাৱে নিৰ্বচনত পৰাজয় হৈছিল তেঁওৰ । গতিকে এগৰাকি চোৰ আৰু পাগল মানুহে এনে কথা কবই পাৰে । চুৰি কৰাৰ বাৱে যাৰ বাৱে এনে আবোল তাবুল বকি আছে | এয়া লৈ তেঁও ধিক্কাৰ জনাইছে আৰু দলৰ শীৰ্ষ নেতৃত্বক এয়া তেঁও অবগত কৰিছে । কংগ্ৰেছৰ আদৰ্শত কোনও জাতপাত লৈ ৰাজনীতি কৰাত বিশ্বাস নকৰে বুলি জনায় বিধায়ক গৰাকিয়ে । এনে মন্তব্যৰ বাৱে প্ৰাক্তন মন্ত্ৰীগৰাকিয়ে ক্ষেমা বিচাৰিব লাগিব, নহলে আগুন্তুক দিনত যি কৰা লাগে কৰিব, লগতে আইনী ব্যবস্থাও লব ।
         অবশ্য এয়া ভোটাৰ স্বাৰ্থতো কব পাৰে বুলি মন্তব্য কৰে বিধাকগৰাকিয়ে । তেঁও কয়, যদি ভোটৰ স্বাৰ্থত এনে কথা কৈ থাকে, তেন্তে এয়া ভোটৰ সময়ত লাভ হব লাগিছিল । কিন্তু উজনী অসমৰ মানুহে কংগ্ৰেছৰ পৰিবৰ্তে বিজেপিকে ভোট দিলে । নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধিতা কৰি এতিয়া আৰু লাভ নাই বুলি জনায় উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় । কয়, কেৱলমাথৌ আৰ্টিকেল ১৪ অবমাননাৰ বাৱে বিৰোধীতা কৰা উচিত । নাগৰিকত্ব দিলে বিনা শৰ্তে দিব লাগে । এয়া যি বিল আছে, এয়া পাচ হলে বঙালি মানুহৰ কোনও লাভে নহব । গতিকে নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধিতা কৰি একৌ লাভ নাই । বিৰুধিতা কৰাৰ পাছতো উজনী অসমত সংসদীয় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি পঞ্চায়েত নিৰ্বাচন হৈছে । কিন্তু ৰাইজে বিজেপিকেই ভোট দিছে । গতিকে বঙালি মানুহ সকলক সুৰক্ষা এটা দি সংবিধান মানি নাগৰিকত্ব বিলটো দিব লাগে ।
সিফালে দিনটোৰ প্ৰতিবাদ স্বৰূপ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নিলমনী সেন ডেকাৰ পুতুলাও দাহ কৰে কৰিমগঞ্জৰ কংগ্ৰেছ কাৰ্য্যকৰ্তা সকলে ।

                   Conclusion:
Last Updated : Nov 19, 2019, 9:20 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.