ETV Bharat / state

কৰিমগঞ্জত বিজেপিৰ মহিলা মৰ্চাৰ প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 3:26 PM IST

বুধবাৰে কৰিমগঞ্জৰ নিলামবজাৰত বিজেপিৰ মহিলা মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত 13 নৱেম্বৰত কৰিমগঞ্জত সংঘটিত দুই ভগ্নীৰ ধৰ্ষণত জড়িত আটাইকেইগৰাকী অভিযুক্তৰ উচিত শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

As_Karimganj _Karimganj_BJP_Woman_wings_protest_img_10036
কৰিমগঞ্জত বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদ

কৰিমগঞ্জ, 18 নৱেম্বৰঃ কৰিমগঞ্জৰ নিলামবজাৰত সংঘটিত দুই ভগ্নীৰ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ মহিলা মৰ্চাৰ ৷ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অপৰাজিতা ভূঁঞাৰ নেতৃত্বত প্ৰায় 10 সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত ৷ ধৰ্ষণৰ সৈতে জড়িত পাঁচগৰাকী অভিযুক্তকে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে বিজেপিৰ মহিলা মৰ্চাই ৷

উল্লেখ্য যে,বিগত 13 নৱেম্বৰত শিলচৰত নিজ মাতৃৰ খবৰ ল’বলৈ ত্ৰিপুৰাৰ পৰা অহা দুই যুৱতীক ধৰ্ষণ কৰিছিল পাঁচজনকৈ লোকে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী দুয়ো যুৱতীৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল আব্দুল আহাদ,ছামছুল উদ্দিন,আবু বক্কৰ, আনোৱাৰ হুছেইন আৰু ছুফান আলি নামৰ অভিযুক্ত কেইজনক ৷

লগতে পঢ়ক-কৰিমগঞ্জৰ গণধৰ্ষণ কাণ্ডৰ পাঁচ অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.