কৰিমগঞ্জ, 3 আগষ্টঃ কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীৰ বৃহৎ সফলতা ৷ শিলচৰৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰ অভিমুখী যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰে 16000 টা নিচাজাতীয় টেবলেট ৷ লগতে আটক কৰে দুজন সন্দেহজনক যাত্ৰীক ৷ বাছখনৰ নম্বৰ হৈছে AS 24C 6025 ৷ টেবলেটখিনি ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷ টেবলেট খিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 90 লাখ টকা ৷ আনহাতে তদন্তৰ স্বাৰ্থত আটকাধীন ব্যক্তি দুজনৰ পৰিচয় গোপনে ৰাখিছে আৰক্ষীয়ে ৷
কৰিমগঞ্জত নিচাজাতীয় টেবলেটসহ আটক দুজন - drugs
কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীয়ে শিলচৰৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰ অভিমুখী যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰে 16000 টা নিচাজাতীয় টেবলেটসহ আটক দুজন সন্দেহজনক যাত্ৰী ৷
কৰিমগঞ্জ, 3 আগষ্টঃ কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীৰ বৃহৎ সফলতা ৷ শিলচৰৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰ অভিমুখী যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰে 16000 টা নিচাজাতীয় টেবলেট ৷ লগতে আটক কৰে দুজন সন্দেহজনক যাত্ৰীক ৷ বাছখনৰ নম্বৰ হৈছে AS 24C 6025 ৷ টেবলেটখিনি ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷ টেবলেট খিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 90 লাখ টকা ৷ আনহাতে তদন্তৰ স্বাৰ্থত আটকাধীন ব্যক্তি দুজনৰ পৰিচয় গোপনে ৰাখিছে আৰক্ষীয়ে ৷
প্ৰতিদিনেই অসমৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ পাচাৰ হয় বিভিন্ন নিচা জাতীয় সামগ্ৰী।অসম আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চেফ কৰিডৰ হিচাবে ব্যৱহৃত হৈ আছিল অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ।বহুদিনৰ মূৰত আজি কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।শিলচৰৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰগামী এখন যাত্ৰীবাহী বাছ নম্বৰ এএছ 24 সি 6025 ত
আৰক্ষীয়ে অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ডেংগাৰবন্দ এলেকাত তল্লাসি চলাই জব্দ কৰে নিচাজাতীয় 16000 হেজাৰ ইয়াবা টেবলেট।
টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীৰ প্ৰাথমিক অনুমান।
লগতে আটক সন্দেহভাজন দুগৰাকী যাত্ৰী।
মায়ানমাৰৰ নিৰ্মিত টেবলেট খিনি ত্ৰিপুৰা হৈ বাংলাদেশলৈ পাচাৰৰ সন্দেহ।বৰ্তমান সন্দেহভাজন যুৱকক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষী ।যদিও এতিয়ালৈকে তেওঁলোকৰ নাম গোপন ৰাখিছে তদন্তৰ স্বাৰ্থত।
পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion: