ETV Bharat / state

ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান দুই হিন্দুত্ববাদী সংগঠনৰ

author img

By

Published : Sep 5, 2019, 12:25 PM IST

ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷

ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান দুই হিন্দুত্ববাদী সংগঠনৰ

কৰিমগঞ্জ, 05 চেপ্তেম্বৰঃ ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷ সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত অধিকাংশ হিন্দুৰ নাম কৰ্তন হোৱাৰ প্ৰতিবাদত বন্ধৰ আহ্বান জনাইছে সংগঠন দুটাই ৷ লগতে এন আৰ চিৰ জৰিয়তে সমগ্ৰ অসমতে হিন্দু সকলৰ মাজত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি সংগঠন দুটাৰ নেতৃত্বই মন্তব্য কৰে ৷

Intro:অসম বন্ধৰ ঘোষণা আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰBody:SLUG: ASSAM BANDH ON NRC ISSUE, KARIMGANJ
শুকুৰবাৰে অসম বন্ধৰ আহ্বান কৰিছে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে । ৬ চেপ্তেম্বৰ আহ্বান কৰা বন্ধক সমৰ্থন জনাই আন্তৰাজ্যিক বজৰং দল আৰু আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে । অসমত NRCত অধিকাংশ হিন্দুৰ নাম কৰ্তন হোৱাৰ প্ৰতিবাদত তেঁওলোকে এই বন্ধৰ আহ্বান জনাইছে বুলি এক সংবাদমেলযোগে জনায় হিন্দু পৰিষদৰ সদস্যয় । NRCৰ জড়িয়তে গোটে অসমত হিন্দু সকলৰ মাজত ভয় আৰু সন্ত্ৰাসৰ সৃষ্ঠি হৈছে ইয়াকে লক্ষ ৰাখি এই বন্ধটো পালন কৰা হব বুলি জনায় পৰিষদৰ সদস্যয় । সংবাদমেলত বজৰং দলৰ সদস্যয়ো বন্ধ পালন কাৰন ডাঙি ধৰে ।

Conclusion:কৰিমগঞ্জত এক সংবাদমেল পাতি এই ঘোষণা সংগঠন সমূহে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.