ETV Bharat / state

পাথাৰকান্দিত পাঁচ বছৰটো সম্পূৰ্ণ নহ'ল দলং, ৰাইজৰ ক্ষোভ

পাঁচ বছৰতো সম্পূৰ্ণ নহ'ল হাটিখিৰা-ডেংগুৰা অঞ্চলৰ এখন দলং ৷ চৰকাৰৰ নীৰৱ ভূমিকাক লৈ ক্ষোভিত ৰাইজ ৷

পাথাৰকান্দিত পাঁচ বছৰটো সম্পূৰ্ণ নহ'ল দলং, ৰাইজৰ ক্ষোভ
author img

By

Published : Apr 25, 2019, 7:08 PM IST

পাথাৰকান্দি,25এপ্ৰিল: পাঁচ বছৰেও সম্পূৰ্ণ নোহোৱা এখন বিশেষ দলং ৷ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ হাটিখিৰা-ডেংগুৰা অঞ্চলৰ একমাত্ৰ পকী দলঙখন কংগ্ৰেছ চৰকাৰ কাৰ্যকালত সেই সময়ৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ হাতেৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই দলঙখন ৷ যাৰ ফলত দৈনিক অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৰোগীয়েও জীয়াতু ভুগিবলগীয়া হৈছে ৷ ইপিনে ৰাইজে দলঙৰ পৰিবৰ্তে নৌকা-বিহাৰ কৰিয়ে যাতায়ত কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে দলং নিৰ্মানৰ বাবে গড়কাপ্তানি বিভাগৰ পৰা 4,91,08,938 টকা আৱন্তন দিয়া হৈছিল যদিও এই পৰ্যন্ত নিৰ্মানৰ সম্পূৰ্ণ নোহোৱাৰ লগতে চৰকাৰ নীৰৱ ভূমিকাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

পাথাৰকান্দিত পাঁচ বছৰটো সম্পূৰ্ণ নহ'ল দলং, ৰাইজৰ ক্ষোভ

আৰু পঢ়ক- গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা

Intro:ৰাইজ স্থানীয় বিধায়ক আৰু গৰকপ্তানি মন্ত্ৰীৰ সহায় বিচাৰিছে।Body:Slug.Bridge incomplete

2014 চনৰ পৰা 2019 ।5 বছৰেও সম্পূৰ্ণ হোৱা নাই এখন পকী দলং।কংগ্ৰেছ চৰকাৰ কাৰ্যকালত তথা তৎকালীন গৰকপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ হাতেৰে দলঙৰ নিৰ্মান কাম আৰম্ভ হৈছিল ঠিকেই ।গৰকপ্তানি বিভাগৰ পৰা বৰাদ্দ কৰা হৈছিল 4,91,08,938 টকা ।কিন্তু 5বছৰেও নিৰ্মাণ কাম শেষ নহল দলঙৰ নিৰ্মান।দলং সম্পূৰ্ণ নোহোৱাৰ ফলতে ৰাইজৰ দুৰ্ভোগৰ অন্ত নাই।কিন্তু চৰকাৰ নীৰৱ ভূমিকাত আছে।চৰকাৰ সলনি হল,হল বিধায়ক সলনিও কিন্তু পাথাৰকান্দি সমষ্টিৰ হাটিখিৰা-ডেংগুৰা অঞ্চলৰ ৰাইজৰ দুৰ্ভোগ দুৰ্ভোগই ৰৈ গল।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসমConclusion:আমি ৰাইজৰ দুৰ্দশা দাঙি ধৰিলোঁ এইবাৰ কি ব্যৱস্থা লয় চৰকাৰ তথা গৰকপ্তানি বিভাগে এয়া হব লক্ষণীয়।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.