ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় 70 লাখ টকাৰ গাঞ্জা

author img

By

Published : Nov 24, 2019, 8:52 PM IST

জব্দ হোৱা গাঞ্জাখিনি অসমলৈ অনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দ হোৱা ট্ৰাকখনৰ পৰা মুঠ 88 পেকেট গাঞ্জাৰ ওজন দহ কিলোগ্ৰাম বুলি মন্তব্য কৰে আৰক্ষীয়ে

অসম-ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় 70 লাখ টকাৰ গাঞ্জা

কৰিমগঞ্জ, 24 নৱেম্বৰঃ অসম-ত্ৰিপুৰা সীমান্তত জব্দ বৃহৎ গাঞ্জা ভৰ্তি এখন ট্ৰাক ৷ ত্ৰিপুৰা চূড়াইবাৰী আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত জব্দ কৰা হয় গাঞ্জা ভৰ্তি ট্ৰাকখন ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 70 লাখ টকা বুলি আৰক্ষীয়ে জনায় আৰক্ষীয়ে । জব্দকৃত গাঞ্জা সন্দৰ্ভত গোপন সূত্ৰৰ পমখেদি আগতীয়াকৈ খবৰ লাভ কৰা বুলি জানিবলৈ দিয়ে বিএছএফ জোৱানে ৷ যাৰ পৰিপ্ৰেক্ষিতত HR-63-C-0968 নম্বৰৰ ট্ৰাক খনেৰে ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চান্দপুৰ এলেকাত আহি পোৱা সময়তে জব্দ কৰে ট্ৰাকখন ৷ লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালক বাদল দেৱক৷

কৰিমগঞ্জ

আনহাতে, জব্দ হোৱা গাঞ্জাখিনি অসমলৈ অনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দ হোৱা ট্ৰাকখনৰ পৰা মুঠ 88 পেকেট গাঞ্জাৰ ওজন দহ কিলোগ্ৰাম বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ11 শ মুগা পালকৰ ভৰসা 'চেৰিফেদ কোপাৰেটিভ ছচাইটি'

Intro:Body:SLUG.HUGE GANGA SEIZED.

অসম প্ৰৱেশৰ প্ৰাকমুহূৰ্তত বুজন পৰিমাণৰ গাজ্ঞা সহ এখন ট্ৰাক জব্দ কৰিলে অসম-ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰা চূড়াইবাৰী আৰক্ষী আৰু বিএছএফে।জব্দ হোৱা গজ্ঞাখিনিৰ বজাৰ মূল্য 70 লাখ টকা বুলি আৰক্ষীয়ে জনায়।আৰক্ষীয়ে জনায় বিএছএফ আৰু ত্ৰিপুৰা আৰক্ষীৰ যুটীয়া অভিযানত ধৰা পৰে গজ্ঞাখিনি।বিএছএফৰ তাত আগতীয়াকৈ খবৰ আছিল HR 63C-0968 নম্বৰৰ এখন কনটেইনৰত গজ্ঞা আহিয়াছে ।খবৰ অনুসৰি আৰক্ষীক লগত লৈ গাড়ীখন ধৰাৰ বাবে অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চান্দপুৰ এলেকাত থিয় হৈ আছিল।পিছে গাড়ীত তালাচি চলাই গজ্ঞাভৰ্তি ট্ৰাকৰ লগতে চালক বাদল দেৱক গ্ৰেপ্তাৰ কৰে।গজ্ঞাখিনি অসমলৈ অহাৰ কথা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।মোট 88 প্যাকেট গজ্ঞা আছিল আৰু প্ৰতিখন পেকেটৰ ওজন আছিল দহ কেজি।

ৱাইট:এচডিপিও উত্তৰ ত্ৰিপুৰা।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.