ETV Bharat / state

যেন হিন্দী চিনেমা, এম্বুলেন্সেৰে সৰবৰাহ নিচাজাতীয় সামগ্ৰী

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে নতুন পন্থা অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ৷ অসম - ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেঞ্চৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷

এম্বুলেন্সেৰে সৰবৰাহ নিচাজাতীয় সামগ্ৰী
author img

By

Published : Aug 31, 2019, 10:59 PM IST

কৰিমগঞ্জ, 31 আগষ্ট : নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে নতুন পন্থা অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ৷ অসম - ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেঞ্চৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা অসমলৈ অনাৰ উদ্দেশ্যে TR O5 2991 নম্বৰৰ পঞ্জীয়ন থকা ৰোগী নথকা এম্বুলেঞ্চৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় 197 কিলোগ্ৰাম গাঞ্জা । জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ন লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি ৷ কিন্তু এই অভিযানৰ সময়তে পলাই যাবলৈ সক্ষম হয় চালকজন ৷ আনহাতে বৃহৎ পৰিমাণৰ এই গাঞ্জাখিনি অসমৰ কোন ঠাইলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছিল সেই তথ্য পোহৰলৈ অহা নাই ।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ নতুন পন্থা

Intro:এইবাৰ এম্বুলেন্সত নিচা জাতীয় সামগ্ৰীBody:SLUG : GANJA SEIZED FROM AMBULANCE. 

নিচা জাতীয় সামগ্ৰী সৰবৰাহ কাৰী সকলে এইবাৰ আন এক নতুন পন্থা অৱলম্বন কৰিছে । অসম ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীৰ অভিযানত এখন এম্বুলেঞ্চ'ত তালাচী চলাই ত্ৰিপুৰা আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ পিছত পুহৰলৈ আহিছে নিচা জাতীয় সামগ্ৰী সৰবৰাহ কাৰীৰ এই নতুন কৌশল । ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা অসমৰ  উদ্যেশ্যৰে আহি থকা  TR O5 2991 নম্বৰৰ পঞ্জীয়ন থকা ৰোগী নথকা এম্বুলেঞ্চৰ ভিতৰৰ পৰা উদ্ধাৰ হয় 197 কিলোগ্ৰাম গাঞ্জা । জব্দ হোৱা গাঞ্জাখিনীৰ মুল্য হব প্ৰায় ন লাখ টকা । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে চলাইছিল এই অভিযানত । অভিযানৰ সময়ত চালক পলাই যাবলৈ সক্ষম হৈছে যদিও আৰক্ষীয়ে পঞ্জীয়ন নম্বৰৰ সূত্ৰ ধৰি তদন্ত আগ বঢ়াই যাব বুলি জনাইছে । আনহাতে বৃহত পৰিমাণৰ এই গাঞ্জাখিনী অসমৰ কোন ঠাইত লৈ যোৱাৰ উদ্দেশ্যেত এম্বুলেঞ্চখন গৈ আছিল এয়া এতিয়াও পুহৰলৈ অহা নাই ।Conclusion:এতিয়া আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.