ETV Bharat / state

এ আই ইউ ডি এফৰ বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ

author img

By

Published : Dec 16, 2020, 7:53 PM IST

এ আই ইউ ডি এফৰ বিধায়কৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ কংগ্ৰেছৰ দলীয় কৰ্মীসভাত উপস্থিত থাকি বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে সৰব হোৱা দেখা গল প্ৰাক্তন মন্ত্ৰী গৰাকী ৷

former-minister-siddique-ahmed-against-south-karimganj-mla
দলীয় সভাত অংশগ্ৰহণ কৰি বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ

কৰিমগঞ্জ, 16 ডিচেম্বৰ : কংগ্ৰেছৰ দলীয় কৰ্মীসভাত সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়কৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । বুধবাৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলাম বজাৰত কংগ্ৰেছৰ দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি বিধায়কৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হল প্ৰাক্তন মন্ত্ৰী গৰাকী ।

সভাত প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে অভিযোগ কৰি কয় যে, দক্ষিণ কৰিমগঞ্জ সমষ্টিত চৰকাৰী বিভিন্ন আঁচনিৰ ধন বিধায়ক আজিজ আহমেদ খানে নিজৰ ঘনিষ্ঠ লোকৰ জৰিয়তে আত্মসাৎ কৰিছে ৷ আনকি, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়ক গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷

লগতে পঢ়ক : শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.