ETV Bharat / state

পায়সে ল’লে প্ৰাণ : দুজনৰ অৱস্থা সংকটজনক

খাদ্যত বিষক্ৰিয়াৰ ফলত কৰিমগঞ্জত অসুস্থ একে পৰিয়ালৰ দহজনকৈ লোক ৷ সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অহাৰ পিচতে মৃত্যু ঘটিছে পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ ৷

author img

By

Published : Jul 13, 2019, 3:07 PM IST

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ একেটা পৰিয়ালৰে দহজন,মৃত্যু এগৰাকী মহিলা

কৰিমগঞ্জ,13 জুলাইঃ কৰিমগঞ্জৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ দোহালিয়াত খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ একে পৰিয়ালৰে দহজনকৈ লোক ৷ আনহাতে সংকটজনক অবস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অহাৰ পিচতে মৃত্যু ঘটিছে পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ । আন তিনিজন সদস্যৰ অৱস্থা বৰ্তমানেও সংকটজনক ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে পৰিয়ালটোৰ ৰাজু শুক্লবৈদ্য, শুক্লা ৰাণী শুক্লবৈদ্য, সুমিতা শুক্লবৈদ্য, ৰিপন শুক্লবৈদ্য সহ মুঠ আঠ গৰাকী লোক ৷ ৪৮ ঘন্টা নোহোৱালৈকে কাৰো অৱস্থাৰ কথা কোৱা সম্ভব নহ'ব বুলি উল্লেখ কৰে কৰ্মৰত চিকিৎসকগৰাকীয়ে ৷

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ একেটা পৰিয়ালৰে দহজন,মৃত্যু এগৰাকী মহিলা

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে নিশা বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখীৰ দিয়া পায়স বনাই খাই অসুস্থ হৈ পৰে লোক কেইজন৷ প্ৰতিবেশীয়ে সকলোকে পাথাৰাকন্দি চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসালয়তেই পৰিয়ালৰ মূৰব্বী শ্যামলী শুক্লবৈদ্যৰ মৃত্যু হয় আৰু আন দুজনৰো অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে ৷

Intro:Body:SLUG: FOOD POISONING BY POWDER MILK, 9 SICKED, 1 DEAD, KARIMGANJ
বজাৰৰ পৰা ক্ৰয় কৰা পাউদাৰ গাখিৰ দি পায়স বনাই খাই একে পৰিয়ালৰ ১০জনকৈ লোক অসুস্থ হৈ পৰিল | সংকটজনক অবস্থাত কৰিমগঞ্জ অসামৰিক চিকিত্সালয়লৈ লৈ অহা হলেও ইতিমধ্যে মৃত্যু ঘটিছে পৰিয়ালৰ মুৰব্বী শ্যামলি শুক্লবৈদ্যৰ । আন তিনিজনৰ অবস্থা সংকটজনক হৈ আছে | ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্ঠিৰ দোহালিয়াত | প্ৰথমে তেওঁলোকক পাথাৰৰান্দি চিকিত্সালয়ত লৈ যোৱা হলেও পৰিবৰ্তিত সকোলকে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়লৈ স্থানান্তৰিত কৰা হয় | বৰ্তমানে পৰিৱালটোৰ ৰাজু শুক্লবৈদ্য, শুক্লা ৰানি শুক্লবৈদ্য, সুমিতা শুক্লবৈদ্য, ৰিপন শুক্লবৈদ্য সহ মোঠ আট গাৰকিৰ চিকিত্সালয়ত চিকিত্সা চলি আছে । ৪৮ ঘন্টা পাৰ নহোৱালৈকে কাৰো অবস্থাৰ কথা কোৱা সম্ভব নহব বুলি চিকিত্সকে জনায় ।
কৰিমগঞ্জৰ দোহালিয়া অঞ্চলৰ এই শুক্লবৈদ্য পৰিৱালৰ লোকে বজাৰৰ পৰা পাউদাৰ গাখিৰ ক্ৰয় কৰি পায়স বনাইছিল । যোৱানিশা পায়স খোৱাৰ পিছত আজি পুনৰ ৰাতিপোৱা পায়সখিনি খাইছিল । ইয়াৰ পাছতেই ঘৰৰ সকলো অসুস্থ হৈ উঠে । প্ৰতিবেশীয়ে সকলকো পাথাৰাকন্দি চিকিত্সালয়ত লৈ যায় । দুএজনে বমি কৰাৰ পাছত সামান্য সুস্থ অনুভব কৰে যদিও অধিকাংশৰে অবস্থা বেয়া হবলৈ ধৰে । পৰবৰ্তিত সকোলকে সকোলকে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়লত প্ৰেৰন কৰা হয় | কৰিমগঞ্জ চিকিত্সা আৰম্ভ হলে কিছু সময়ৰ পাছতেই পৰিয়ালৰ মুৰব্বী শ্যামলি শুক্লবৈদ্যৰ মৃত্যু ঘটে । চিকিত্সালত ভৰ্তি থকা আন দুজনৰো অবস্থা বৰ্তমানে সংকটজনক হৈ আছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.