ETV Bharat / state

পানীৰ তলত পাথাৰকান্দিৰ কেইবাখনো গাঁও

বিভাগৰ দায়িত্বহীনতাৰ বিৰুদ্ধে ক্ষোভিত অঞ্চলবাসী

author img

By

Published : May 24, 2019, 11:33 PM IST

Updated : May 25, 2019, 6:59 AM IST

পাথাৰকান্দি
  • হুৰহুৰাই বাঢ়িছে লংগাই নৈৰ পানী
  • কৰিমগঞ্জত নৈৰ ছিগা মথাউৰিৰে সোমাল পানী
  • পানীৰ তলত পাথাৰকান্দিৰ কেইবাখনো গাঁও
  • যোৱা বছৰ বানপানী লংগাই নৈয়ে ছিঙি নিছিল মথাউৰিৰ এটা অংশ
  • এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ পাচতো গা লৰা নাছিল জলসম্পদ বিভাগৰ
  • এতিয়া কাবাৰিবন্দ পঞ্চায়তৰ আন দুটা স্থানতো মথাউৰি যিকোনো সময়ত ছিঙি যোৱাৰ আশংকা
  • বিভাগৰ দায়িত্বহীনতাৰ বাবেই দুৰ্যোগ ভুগাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী

Intro:Body:Slug. mothawri at patherkandi

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভয়ংকৰ বানপানী ।
কাবাৰিবন্দ পঞ্চায়তৰ মন্ত্ৰী গাঁওত লংগাই নৈৰ ছিঙা মথাউৰিৰে পানী প্ৰৱেশ ।
লংগাই বাঢ়নী পানীয়ে প্লাৱিত কৰিলে কাবাৰিবন্দ পঞ্চায়তৰ অন্তৰ্গত কেবাটাও গাওঁ ।
যোৱা বছৰৰ বানপানীত লংগাই নৈৰ বাঢ়নী পানীয়ে ছিঙি লৈ গৈছিল মথাউৰিৰ প্ৰায় তিনিশ মিটাৰ অংশ ।
ইটিভি ভাৰতে এই সন্ধৰ্ভত সংবাদ পৰিবেশন কৰি আহিলেও গা লৰা নাছিল জলসম্পদ বিভাগৰ ।
কাবাৰিবন্দ পঞ্চায়তৰ আন দুটা স্থানতো মথাউৰি যিকোনো সময়ত ছিঙি যোৱাৰ আশংকা ।

কৰিমগঞ্জৰ পৰা বিপিএন চক্ৰৱৰ্তীৰ সহযোগত পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিবি ভাৰত, অসম।Conclusion:
Last Updated : May 25, 2019, 6:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.