ETV Bharat / state

কন্যাৰ হত্যাকাৰীৰ ফাঁচীৰ আবেদন এশ দহ বছৰীয়া পিতৃৰ - বদৰপুৰ

অসমৰ বদৰপুৰৰ জিয়ৰী আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ বোৱাৰী অমিতা নাথ হত্যাকাণ্ডৰ 48ঘণ্টা ৷ অভিযুক্তসকলক ফাঁচীৰ বাবে ই টিভি ভাৰতৰৰ সাংবাদিকৰ আগত অমিতা নাথৰ এশ দহ বছৰীয়া পিতৃৰ হূদয় বিদাৰক আবেদন ৷

কন্যাৰ হত্যাকাৰীৰ ফাঁচিৰ আবেদন এশ দহ বছৰীয়া পিতৃৰ
author img

By

Published : Aug 23, 2019, 3:48 PM IST

বদৰপুৰ,23 আগষ্টঃ অসমৰ বদৰপুৰৰ জীয়ৰী আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ বোৱাৰী অমিতা নাথৰ হত্যাকাণ্ডই পাৰ কৰিলে 48ঘণ্টা ৷ বুধবাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰত সংঘটিত হোৱা অসমৰ বদৰপুৰ জীয়ৰী অমিতা নাথৰ হত্যাকাণ্ডই পাৰ কৰিলে 48ঘণ্টা ৷ হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক ফাঁচী দিয়াৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু ত্ৰিপুৰা পুলিচ প্ৰশাসনৰ আগত কৰুণ আবেদন অমিতা নাথৰ এশ দহ বছৰীয়া পিতৃৰ ।

আজি ই টিভি ভাৰতৰৰ সাংবাদিকৰ আগত কান্দি কান্দি দুৰ্ভগীয়া পিতৃগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীক এই আবেদন জনায় ৷ উল্লেখযোগ্য যে, দহ বছৰ আগতে ধৰ্মনগৰৰ পোষ্ট অফিচ ৰোডৰ সুদীপ নাথৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ পাচৰে পৰা অমিতা নাথক সুদীপ নাথৰ ডাঙৰ ককায়েক পাপ্পু নাথে সম্পত্তিক লৈ নানা ভয়-ভাবুকি দি আহিছিল ৷ তাৰ উপৰি যোৱা ছমাহ আগত অমিতা নাথৰ স্বামী সুদীপ নাথৰো মৃত্যু হয় ৷ ইয়াৰ পাছতে পাপ্পু নাথে যোৱা বুধবাৰে অমিতা নাথৰ ঘৰত ৰাতি প্ৰৱেশ কৰি তেখেতক হত্যা কৰি মৃতদেহটো স্থানীয় খেলপথাৰত পেলাই থয় যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Intro:অসমৰ বদৰপুৰৰ জিয়ৰি আৰু ত্ৰিপুৰা ধৰ্মনগৰৰ বোৱাৰী অমিতা নাথ হত্যাকাণ্ডৰ 48ঘণ্টা পাছত মৃত অমিতা নাথৰ এশ দহ বছৰৰ পিতৃৰ আকুল আবেদন ।Body:SLUG: AMITA NATH MURDER CASE

ত্ৰিপুৰাৰ ধৰ্মনগৰত যোয়া কালি সংঘটিত হোৱা অসমৰ বদৰপুৰ জিয়ৰি আৰু ত্ৰিপুৰাৰ বোৱাৰী অমিতা নাথৰ হত্যাকাণ্ডৰ লগত জৰিত অভিযুক্ত বিলাকৰ ফাঁসিৰ দিয়াৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব আৰু ত্ৰিপুৰা পুলিচ প্ৰশাসনৰ কাকত কৰুণ আবেদন জনালে অমিতা নাথৰ এশ দহ বছৰীযা পিতৃৰ । আজি ই টিভি ভাৰতৰৰ সাংবাদিকৰ আগতে কান্দি কান্দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবক এই আবেদন জনাই কয় ধৰ্মনগৰৰ পোষ্ট অফিস ৰোডৰত তেওঁৰ সৰু ছোৱালীৰ বিবাহ দিছিল দহ বছৰ আগতে তাৰ পিছৰ পৰাই দৰাৰ ডাঙৰ ককাই পাপ্পু নাথে ছোট ভাইৰ সম্পত্তি দখল কৰিবলৈ নানা ধমকী দি আছিল । তাৰ উপৰি যোয়া ছমাহ আগতে তেওঁৰ ছোৱালী অমিতা নাথৰ জোৱাই অসুস্থৰ বাবে সুদীপ নাথৰ মৃত্যু হৈছিল তাৰ পাছতে ডাঙৰ পাপ্পু নাথে যোয়া বুধবাৰে তেওঁৰ ছোৱালীৰ ঘৰতে ৰাতি প্ৰবেশ কৰি অমিতা নাথক হত্যা কৰি স্হানীয় স্কুলৰ মাঠত পেলাই দিলে । হতভাগা পিতৃৰ কলে তেওঁ ৰ নিচিনা আৰু কোন পিতৃৰ বুকুৰ পৰা ছোৱালী হেৰাই না যায় । এই হত্যাকাণ্ডৰ 48 ঘণ্টাৰ পাছত অসমৰ পৰা অমিতাৰ পিতা প্ৰদ্যোণ্য কুমাৰ নাথৰ ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ আগতে এই আকুল আবেদন জনালে । এতিয়া মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ হৃদয় স্পৰ্শ কৰিব নে সিটু লক্ষ্যণীয় হব।
স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.