ETV Bharat / state

ৰিগিঙৰ ভয়াৱহ দৃশ্যঃ ইটিভি ভাৰত EXCLUSIVE - BOOTH RIGGING

ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল ব্যাপক ৰিগিঙৰ দৃশ্য ৷ কেমেৰাৰ সন্মুখতেই অসহায় নিৰ্বাচনী বিষয়াৰ অকপট স্বীকাৰোক্তি-এজন ব্যক্তিয়েই 14-15বাৰ ভোট প্ৰদান কৰিলে কৰিমগঞ্জ লোকসভা সমষ্টিৰ 467 নং বাটইয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত৷

ইটিভি ভাৰত এক্সক্লুচিভ: কেমেৰাত বন্দী বুথ ৰিগিঙৰ দৃশ্য
author img

By

Published : Apr 18, 2019, 3:42 PM IST

প্ৰিজাইডিং অফিচাৰৰ সন্মুখতে চলিল ৰিগিং ৷ সাংবাদিকৰ প্ৰশ্নত নিজ মুখেই প্ৰিজাইডিং অফিচাৰে স্বীকাৰ কৰিছে ৰিগিঙৰ সত্যতা ৷

সাংবাদিকৰ প্ৰশ্ন 1.কি হৈছে ইয়াত?

উত্তৰ:হয়, পৰিয়ালৰ সকলো সদস্যৰ হৈ ভোট প্ৰদান কৰিছে এজন ব্যক্তিয়ে ৷

প্ৰশ্ন 2.এজন ব্যক্তিয়ে কেইটাকৈ ভোট প্ৰদান কৰিছে?

উত্তৰ:এজন ব্যক্তিয়ে 14-15 টাকৈ ভোট দিছে ৷

প্ৰশ্ন. 3: কেনেদৰে সংঘটিত হ'ল এই ঘটনা?

উত্তৰ: আমাৰ কাম হৈছে ভোট লোৱা ৷ মই ভোট লৈ আছো ৷ বাকীবোৰ চাবলৈ নিৰাপত্তাৰক্ষী আছে ৷

কেমেৰাত বন্দী বুথ ৰিগিঙৰ দৃশ্য

Intro:Big Breaking
#কৰিমগজ্ঞ ৪৬৭ নং বাটইয়া প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা।
#ভোট দিয়াৰ নামত চলিছে চৰম ব্যাপক ৰেগিং।
#ভোট গ্ৰহন কেন্দ্ৰত এগৰাকী ব্যাক্তিয়ে কেমেৰাৰ সম্মূখত ১৪/১৫ খন ভোট দি আছে।
#নিৰ্বাচনী বিষয়াৰ সন্মূখত চলিয়াছে এনে কৰ্মকান্ড।
#পিছাইটিং বিষয়াৰ ৰহস্যজনক ভুমিকা গ্ৰহণৰ বাবে ক্ষোভ প্ৰকাশ কৰে লগৰ সহযোগী বিষয়া সকলোৱে।
#এটা পৰিয়ালৰ সকলো ভোট এজনে কাষ্ট কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি হৈছে।Body:Big Breaking
#কৰিমগজ্ঞ ৪৬৭ নং বাটইয়া প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা।
#ভোট দিয়াৰ নামত চলিছে চৰম ব্যাপক ৰেগিং।
#ভোট গ্ৰহন কেন্দ্ৰত এগৰাকী ব্যাক্তিয়ে কেমেৰাৰ সম্মূখত ১৪/১৫ খন ভোট দি আছে।
#নিৰ্বাচনী বিষয়াৰ সন্মূখত চলিয়াছে এনে কৰ্মকান্ড।
#পিছাইটিং বিষয়াৰ ৰহস্যজনক ভুমিকা গ্ৰহণৰ বাবে ক্ষোভ প্ৰকাশ কৰে লগৰ সহযোগী বিষয়া সকলোৱে।
#এটা পৰিয়ালৰ সকলো ভোট এজনে কাষ্ট কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি হৈছে।Conclusion:Big Breaking
#কৰিমগজ্ঞ ৪৬৭ নং বাটইয়া প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা।
#ভোট দিয়াৰ নামত চলিছে চৰম ব্যাপক ৰেগিং।
#ভোট গ্ৰহন কেন্দ্ৰত এগৰাকী ব্যাক্তিয়ে কেমেৰাৰ সম্মূখত ১৪/১৫ খন ভোট দি আছে।
#নিৰ্বাচনী বিষয়াৰ সন্মূখত চলিয়াছে এনে কৰ্মকান্ড।
#পিছাইটিং বিষয়াৰ ৰহস্যজনক ভুমিকা গ্ৰহণৰ বাবে ক্ষোভ প্ৰকাশ কৰে লগৰ সহযোগী বিষয়া সকলোৱে।
#এটা পৰিয়ালৰ সকলো ভোট এজনে কাষ্ট কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.