ETV Bharat / state

কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ - ETV BHARAT

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা দিন বাকী থকাৰ সময়তে কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘা হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে । জিলাখনৰ বিভিন্ন স্থানত চৰকাৰী বিজ্ঞাপনৰ হোৰ্ডিং এতিয়ালৈকে আঁতৰোৱা নাই জিলা প্ৰশাসনে ।

ELECTION VIOLATION AT KARIMGANJ
author img

By

Published : Apr 13, 2019, 9:06 PM IST

কৰিমগঞ্জ, ১৩ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰি দিন বাকী । কিন্তু বৰ্তমানলৈকে কৰিমগঞ্জত চৰকাৰী বিজ্ঞাপনৰ হোৰ্ডিং লাগি থকাৰ ফলত নিৰ্বাচনী বিধি আইন উলংঘা হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উত্তৰ কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি দক্ষিণ কৰিমগঞ্জ সমষ্টিলৈকে জিলাখনৰ বিভিন্ন ঠাইত উন্নয়নৰ আধাৰশিলা সমূহ ঢাকিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৰিমগঞ্জ জিলা প্ৰশাসনে ।

ELECTION VIOLATION AT KARIMGANJ

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তো এতিয়ালৈকে চৰকাৰী আঁচনিৰ হোৰ্ডিং সমূহ লগাই ৰখা হৈছে । নিৰ্বাচনী বিধি উলংঘা হোৱাৰ কথা নিজমুখে স্বীকাৰ কৰে কৰিমগঞ্জৰ নিৰ্বাচনী পৰ্য্যবেক্ষক অভিনৱ চন্দ্ৰায়ে । এতিয়ালৈকে কৰিমগঞ্জত মুঠ ২২৭ টাকৈ নিৰ্বাচনী আচৰন বিধি উলংঘা হোৱাৰ তথ্য আছে বুলি জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

Intro:কৰিমগঞ্জত এতিয়াও লাগি আছে চৰকাৰি বিজ্ঞাপনৰ হোল্ডিংBody:SLUG: MCC VIOLATION STILL THERE 4DAYS BEFORE POLL DAY, KARIMGANJ
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাথৌ চাৰি দিন বাকি । কিন্তু কৰিমগঞ্জত এতিয়াও লাগি আছে চৰাকৰি বিজ্ঞাপনৰ হোল্ডিং । মুছা হোৱা নাই উন্নয়নৰ কামৰ আধাৰশীলা সমূহ । জিলা প্ৰশাসনৰ চৰম হেমীৰ বাৱে নিৰ্বাচনী আচৰন বিধি ব্যাপকভাবে উলংঘা হৈ আছে কৰিমগঞ্জত । উত্তৰ কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি দক্ষীণ কৰিমগঞ্জ সমষ্ঠিলৈকে জিলাৰ বিভিন্ন ঠাইত এনেদৰে বিভি্ন্ন উন্নয়নৰ আধাৰশীলা সমূহ ঢাকাৰ কোনও ব্যবস্থা কৰা নাই কৰিমগঞ্জ জিলা প্ৰশাসনে । আনকি বহু ঠাইত এতিয়াও চৰকাৰি আঁচনিৰ হোল্ডিং লগাই ৰখা আছে । কৰিমগঞ্জ চহৰৰ ভিতৰতে অসামৰিক চিকিত্সালয়ত এতিয়ালৈকে চৰকাৰি আঁচনিৰ হোল্ডিংয়ে শোভা বৃদ্ধি কৰি আছে । নিৰ্বাচনী আচৰন বিধি ব্যাপকভাবে উলংঘা হোৱাৰ কথা স্বীকাৰ কৰে কৰিমগঞ্জত নিযুক্ত থকা নিৰ্বাচনি পৰ্য্যবেক্ষক অভিনব চন্দ্ৰায় । তেওঁ কয়, এতিয়ালৈকে কৰিমগঞ্জত মোঠ ২২৭টাকৈ নিৰ্বাচনী আচৰন বিধি উলংঘা হোৱাৰ তথ্য আছে তেওঁৰ হাতত । এয়াৰ বিৰুদ্ধে বিহিত ব্যবস্থা লোৱা হব ।
Conclusion:পিছে কি ব্যৱস্থা লয় নিৰ্বাচন কমিছনে এয়া হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.