ETV Bharat / state

কৰিমগঞ্জত নিষিদ্ধ নিচাযুক্ত টেবলেটসহ যুৱক আটক

সীমা সুৰক্ষা বাহিনীৰ অভিযানত নুমান উদ্দীন নামৰ এজন যুৱকৰ পৰা জব্দ প্ৰায় ৭০০০ টা নিচাজাতীয় টেবলেট ৷

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী
author img

By

Published : Sep 11, 2019, 12:06 PM IST

কৰিমগঞ্জ, 11 চেপ্তেম্বৰঃ কৰিমগঞ্জৰ মোবাৰকপুৰৰ পৰা জব্দ প্ৰায় ৭০০০ টা নিচাজাতীয় টেবলেট ৷ সীমা সুৰক্ষা বাহিনীৰ অভিযানত নিচাজাতীয় টেবলেটসহ আটক কৰে নুমান উদ্দীন নামৰ এজন যুৱকক ৷ গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সীমান্তৰ মোবাৰকপুৰ বি.অ.পি. অঞ্চলৰ পৰা জব্দ কৰে টেবলেটখিনি | জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 35 লক্ষাধিক টকা | আনহাতে, এই নিচাজাতীয় সামগ্ৰী সৰবৰাহত জড়িত আন তিনি গৰাকী লোক পলাই যাবলৈ সক্ষম হয় ৷ সম্প্ৰতি আটকাধীন লোকজনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Intro:সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচা জাতীয় সামগ্ৰীBody:SLUG: 7000 YABA TABLET SEIZED BY BSF, KARIMGANJ
কৰিমগঞ্জৰ মুবাৰকপুৰৰ পৰা সীমা সুৰক্ষা বাহিনীয়ে জব্দ কৰিলে ৭০০০টাকৈ নেচাজাতিয় YABA টেবলেট | জব্দকৃত টেবলেটৰ বজাৰ মূল্য প্ৰায় 35 লক্ষাধীক টকা | লগতে আটক কৰে নাম নুমান উদ্দীন নামৰ এজন যুৱকক । গোপন সুত্ৰৰ পমখেদি ভাৰত-বাংলাদেশ সীমান্তৰ এশ মিটাৰ নিলগত মোবাৰকপূৰ বি.অ.পি. এলাকাৰ পৰা BSFএ জব্দ কৰে টেবলেটখিনি | মোট ৩৫টাকৈ পেকেটত থকা ৭০০০ টেহলেটৰ ওজন ৭২০গ্ৰাম । ঘটনাত জড়িত তিনি গৰাকি ৰাতিৰ এন্ধাৰত পলাই সাৰিবলৈ সক্ষম হলেও নুমান আহমদ নামৰ এগৰাকি ড্ৰাগছ বিক্ৰেতাক আটক কৰিবলৈ সক্ষম হৈছে সীমা সুৰক্ষা বাহীনিয়ে | জব্দকৃত টেবলেট আৰু ধৃতক আৰক্ষীৰ হাতত গতাই দিয়া হৈছে ।
Conclusion:উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাখন নিচা জাতীয় সামগ্ৰীৰ চেফ কৰিডৰত পৰিণত হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.